Life and Death
Life
আমাৰ জীৱনৰ উদ্দেশ্য কি?
‘জীৱনৰ উদ্দেশ্য কি?’ আপুনি কেতিয়াবা এই প্ৰশ্ন কৰিছেনে। ইয়াৰ উত্তৰ বাইবেলে কেনেকৈ দিছে, তাৰ বিষয়ে শিকক।
মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে?
আপোনাৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে, তাৰ বিষয়ে জানিবলৈ ঈশ্বৰে আপোনাৰ লগত চমৎকাৰীৰূপে যোগাযোগ কৰিব নেকি? বাইবেলে ইয়াৰ বিষয়ে কি কৈছে তাৰ বিষয়ে জানক।
‘জীৱন-পুস্তকত’ কাৰ নাম লিখা আছে?
ঈশ্বৰৰ বিশ্বাসী হৈ থকা লোকসকলক তেওঁ মনত ৰাখিব বুলি প্ৰতিজ্ঞা কৰিছে। ‘জীৱন-পুস্তকত’ আপোনাৰ নাম উল্লেখ আছেনে?
Death
মানুহৰ মৃত্যু কিয় হয়?
বাইবেলৰ উত্তৰে আমাক আশা আৰু সান্ত্বনা দিয়ে।
মৃত্যুৰ পাছত আমাৰ কি হয়?
তেওঁলোকৰ চাৰিওফালে কি হৈ আছে, তাৰ বিষয়ে মৃত লোকসকলে জানেনে?
মৃত্যুৰ প্ৰতি থকা ভয়ক আপুনি কেনেকৈ দূৰ কৰিব?
মৃত্যুৰ প্ৰতি থকা ভয়ক দূৰ কৰিলে, আপুনি জীৱনত আনন্দ লাভ কৰিবলৈ সক্ষম হʼব।
মৃত্যুৰ মুখ দেখাৰ অভিজ্ঞতা—ইয়াৰ অৰ্থ কি নহয়?
মৃত্যুৰ সন্মুখীন হোৱা অভিজ্ঞতাই আন এক জীৱনৰ কোনো আভাস দিয়ে নেকি? বাইবেলত বৰ্ণনা কৰা লাজাৰৰ পুনৰুত্থানৰ বৃত্তান্তই এই বিষয়ে কিছু কথা জানিবলৈ দিয়ে।
Heaven and Hell
নৰক সঁচাকৈ আছেনে? বাইবেলৰ অনুসৰি নৰক কি হয়?
বহুতো লোকে বিশ্বাস কৰে যে নৰক হৈছে এনে এখন ঠাই, যাত বেয়া লোকসকলক সদায় শাস্তি দিয়া হয়। কিন্তু বাইবেলে এইদৰে শিকাইনে?
নৰকলৈ কোন যায়?
ভাল মানুহো নৰকলৈ যাব নেকি? কোনো এজন ব্যক্তিয়ে নৰকৰপৰা বাহিৰ হʼব পাৰিবনে? অনন্ত কালৰ বাবে নৰক থাকিবনে? এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলে আগবঢ়ায়।

