বাতৰি

 

NEWS RELEASES

২০২৬ প্ৰশাসন গোষ্ঠীৰ আপডেট #১

এই আপডেটত আমি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ সহায়ত কেনেকৈ প্ৰভাৱশালীৰূপে বাইবেল অধ্যয়ন চলাব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ পাম।

NEWS RELEASES

২০২৬ প্ৰশাসন গোষ্ঠীৰ আপডেট #১

এই আপডেটত আমি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ সহায়ত কেনেকৈ প্ৰভাৱশালীৰূপে বাইবেল অধ্যয়ন চলাব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ পাম।

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #৭

এই আপডেটত আমি ২০২৫ বছৰেকীয়া সেৱা ৰিপৰ্টৰ কিছুমান আকৰ্ষণীয় কথা লগতে গোটেই বিশ্বত হোৱা আমাৰ কামবোৰত যিহোৱাই কেনেকৈ আশীৰ্বাদ দিলে, সেয়াও জনাইছোঁ।

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #৫

এই আপডেটত বাইবেলৰ সিদ্ধান্তই আমাক উচ্চ শিক্ষা লোৱাৰ বিষয়ে সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিব।

2025-07-09

দেশ-বিদেশৰ খবৰ

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #৪

এই আপডেটত আমি বাইবেলৰ এনে সিদ্ধান্তৰ ওপৰত আলোচনা কৰিম যাৰ সহায়ত আমি বেলেগ-বেলেগ ডিজাইন আৰু ৰীতি-নীতিৰ ক্ষেত্ৰত সঠিক নিৰ্ণয় লʼব পাৰোঁ।

2025-05-22

দেশ-বিদেশৰ খবৰ

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #৩

এই আপডেটত আমি চাম যে আহিবলগীয়া কিছু মাহত ঈশ্বৰৰ সেৱাত আৰু বেছিকৈ কৰিবলৈ আমি কেনেকৈ যোজনা বনাব পাৰোঁ।

2025-03-27

দেশ-বিদেশৰ খবৰ

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #২

এই আপডেটত পঢ়া-লিখা শিকাবলৈ সংগঠনে কৰা প্ৰচেষ্ঠাৰ বিষয়ে জনোৱা হৈছে। আমি এয়াও শিকিম যে যীচুৰ বলিদানে আমাক কেনেকৈ শান্তি দিয়ে। শেষত, ২০২৫-ৰ অধিৱেশনত গাবলগিয়া নতূন গীত ৰিলিজ কৰা হ’ব।

2025-01-31

দেশ-বিদেশৰ খবৰ

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #১

এই আপডেটত আমি চাম যে লোকসকলক প্ৰেম কৰক আৰু শিকাওক ব্ৰচাৰখনৰ “আন কিছুমান পৰামৰ্শ ক” ভাগ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। লগতে তাত দিয়া পদবোৰ যদি মনত ৰাখো তেনেহʼলে প্ৰচাৰত ভালদৰে কথা-বতৰা আৰম্ভ কৰিব পাৰিম আৰু আমি আনন্দ লাভ কৰিম।

2024-12-27

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৮

এই আপডেটত আমি চাম যে আমাৰ ভিডিঅʼবোৰত দেখুৱা ভাই-ভনীৰ প্ৰতি আমি কেনেকৈ সঠিক দৃষ্টিভংগী ৰাখিব পাৰোঁ।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৭

এই আপডেটত আমি বিশ্বজুৰি ভাই-ভনীসকলৰ বিষয়ে কিছু কথা শুনিম আৰু প্ৰশাসন গোষ্ঠীৰ নতুন সদস্য ভাই জডী জেডেলী আৰু জেকব ৰাম্ফৰ বিষয়েও কিছু উৎসাহজনক কথা জানিম।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৬

এই আপডেটত আমি চাম যে আমি কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ ধ্যান দিব পাৰোঁ।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৫

এই আপডেটত আমি চাম যে মানৱজাতিৰ সমস্যাৰ প্ৰকৃত সমাধান হিচাপে আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ ওপৰত ধ্যান বজাই ৰাখিব পাৰোঁ।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৪

এই আপডেটত আমি চাম যে নিজৰ বিশ্বাসৰ বাবে জেলত থকা ভাই-ভনীসকলে কেনেকৈ “ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয়” কৰিছে।—ৰোমীয়া ১২:২১

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #৩

সাজ-পোচাকৰ ক্ষেত্ৰত নিৰ্ণয় লোৱাৰ সময়ত মনত ৰাখিবলগীয়া কিছুমান বাইবেল সিদ্ধান্তৰ বিষয়ে এই আপডেটত চাম।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #২

এই আপডেটত দেখুৱা হৈছে যে আমাৰ মৰমীয়াল পিতৃ যিহোৱাই “সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।” (২ পিত. ৩:৯) লগতে সভা আৰু সন্মিলনবোৰত আমাৰ সাজ-পোচাকৰ ক্ষেত্ৰত হোৱা সাল-সলনিৰ বিষয়েও চাম।

2024-12-03

দেশ-বিদেশৰ খবৰ

২০২৪ প্ৰশাসন গোষ্ঠীৰ আপডেট #১

লোকসকলৰ প্ৰতি প্ৰেম থাকিলে আমি কেনেকৈ উৎসাহেৰে প্ৰচাৰ কৰিব পাৰোঁ, এই বিষয়ে জানক।