আমাৰ বিষয়ে
যিহোৱাৰ সাক্ষীসকল কোন হয়?
যিহোৱাৰ সাক্ষীসকল বিশ্বজুৰি এক ধাৰ্মিক সন্থা হয়। আমি যিহোৱাক উপাসনা কৰোঁ, যি সকলো বস্তুৰ সৃষ্টিকৰ্তা আৰু সৰ্বশক্তিমান ঈশ্বৰ হয়। (গীতমালা ৮৩:১৮; প্ৰকাশিত বাক্য ৪:১১) আমি খ্ৰীষ্টান হওঁ আৰু বিশ্বাস কৰোঁ যে যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয় আৰু আমাৰ উদ্ধাৰকৰ্তা। (যোহন ৩:১৬; পাঁচনিৰ কৰ্ম্ম ৪:১০-১২) আমাৰ বিশ্বাস বাইবেলৰ ওপৰত আধাৰিত। (২ তীমথিয় ৩:১৬) আমাৰ বিশ্বাসৰ বিষয়ে বেছিকৈ জানিবলৈ এই বেৱছাইট ব্যৱহাৰ কৰক, লগতে আপুনি নিজৰ বাইবেলো ব্যৱহাৰ কৰিব পাৰে।
আমাৰ বিষয়ে বেছিকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? নামৰ ভিডিঅʼখন চাওক।
পৰিসংখ্যা
-
বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকল—৯২,০৫,৩২৬
-
মণ্ডলী—১,১৯,৬৫২
-
দেশ আৰু এলেকা—২৪১
-
প্ৰতি মাহে বিনামূলীয়াকৈ কৰা বাইবেল অধ্যয়ন—৭৬,০৩,১৮২
-
২০২৫ যীচুৰ মৃত্যুৰ স্মৰণীয় দিনৰ উপস্থিতি—২,০৬,৩৫,০১৫
Frequently Asked Questions
যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?
যিহোৱাৰ সাক্ষী আৰু ৰক্ত সঞ্চাৰণৰ বিষয়ে বহুতো ভুল ধাৰণা আছে। আমি কি বিশ্বাস কৰোঁ, তাৰ বিষয়ে জানক।
যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে?
নিজকে খ্ৰীষ্টান বুলি দাবী কৰা আন বহুতো সমূহৰপৰা আমি কেনেকৈ পৃথক, তাৰ বিষয়ে বিবেচনা কৰক।
Free Bible Course
Contact Us
সাক্ষাৎ কৰাৰ বাবে অনুৰোধ কৰক
এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰক, যাৰ উত্তৰ বাইবেলত আছে অথবা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানক।
সভাত উপস্থিত হওক
আমাৰ সভাবোৰৰ বিষয়ে জানক। আপোনাৰ ওচৰৰ ৰাজ্যগৃহ বিচাৰক।

