অসমীয়া
২০২৬ চনৰ “চিৰকালৰ আনন্দ” অধিৱেশনত উপস্থিত হওক।
https://cms-imgp.jw-cdn.org/img/p/1102026198/univ/art/1102026198_univ_sqr_xl.jpg

আপোনাক নিমন্ত্ৰণ কৰা হৈছে

চিৰকালৰ আনন্দ

২০২৬ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন

আপোনাৰ এলেকাৰ অধিৱেশনৰ স্থান বিচাৰক

সকলোৱে উপস্থিত হʼব পাৰে ইয়াত কোনো ধৰণৰ টকা-পইচা লোৱা নহয়

এক আভাস

শুক্ৰবাৰ: বাইবেলৰ প্ৰমাণবোৰলৈ মন কৰক যে আমি আনন্দিত থকাটো ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচুৱে বিচাৰে।

শনিবাৰ: যীচুৱে পাহাৰত দিয়া উপদেশৰ ওপৰত মন কৰি জানক যে আমি কেনেকৈ সদায় আনন্দৰে থাকিব পাৰোঁ।

দেওবাৰ: “আপুনি বহুমূলীয়া ৰত্ন বিচাৰি পালেনে?” এই ভাষণত আপুনি জানিব পাৰিব যে বাইবেলৰ সত্যতাৰ পৰা কেনেকৈ লাখ লাখ লোকে আনন্দ লাভ কৰিলে?

বাইবেল আধাৰিত ড্ৰামা

যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ৪-৬

যীচুৱে কেনেকৈ ভীৰক শিকালে, বেমাৰী লোকক সুস্থ কৰিলে আৰু মৃত লোকসকলক আকৌ জীয়াই তুলিলে, তাৰ বিষয়ে চাওক। অধিৱেশনৰ প্ৰত্যেক দিন, এই ৰোমাঞ্চক আৰু হৃদয়স্পৰ্শী ধাৰাবাহিকৰ খণ্ড এটাকৈ দেখুৱা হʼব।

কাৰ্য্যক্ৰম আৰু অধিৱেশনৰ লগত জড়িত থকা ভিডিঅ’বোৰ চাবলৈ jw.org ৱেবছাইটলৈ যাওক:

আমাৰ অধিৱেশনত কি হয়?

যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত কি হয়, তাৰ বিষয়ে জানক।

এই বছৰৰ অধিৱেশনৰ এক আভাস চাওক।

আনৰ লাভৰ বাবে যীচুৱে নিজৰ উপহাৰ কেনেকৈ ব্যৱহাৰ কৰিলে?

আগৰ অধিৱেশনবোৰত দেখুৱা খণ্ডবোৰ চাওক।