Skip to content

অনলাইন বাইবেল

অনলাইনত বাইবেলখন পঢ়ক বা শুনক। বাইবেলৰ অডিঅʼ ৰেকৰ্ডিং আৰু সাংকেতিক ভাষাৰ ভিডিঅʼবোৰ ডাউনলʼড কৰক। নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ হৈছে সঠিক আৰু সহজে পঢ়িব পৰা এখন বাইবেল। সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছু অংশ ২১০ ভাষাতকৈ অধিক ভাষাত ছপা কৰা হৈছে। ইয়াৰ বিতৰণৰ সংখ্যা ২৪ কোটিতকৈয়ো বেছি।

চাওক

নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌