অসমীয়া
পৃথিৱীজুৰি বাস কৰা যিহোৱাৰ সাক্ষীসকল
https://cms-imgp.jw-cdn.org/img/p/1011537/univ/art/1011537_univ_sqr_xl.jpg

সংক্ষিপ্ত তথ্য—পৃথিৱীজুৰি

  • যিহোৱাৰ সাক্ষীসকলে উপাসনা কৰা দ্বীপ বা দেশৰ সংখ্যা—২৪১

  • যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা—৯২,০৫,৩২৬

  • বাইবেল অধ্যয়ন কৰাৰ সংখ্যা—৭৬,০৩,১৮২

  • যীচু খ্ৰীষ্টৰ বাৰ্ষিক স্মৰণীয় দিনত উপস্থিত হোৱা লোকৰ সংখ্যা—২,০৬,৩৫,০১৫

  • মণ্ডলীৰ সংখ্যা—১,১৯,৬৫২

 

পৃথিৱীজুৰি বাস কৰা যিহোৱাৰ সাক্ষীসকল

আমি বিভিন্ন বৰ্ণ আৰু সংস্কৃতিৰপৰা আহিছোঁ আৰু আমাৰ লোকসকলক পৃথিৱীৰ প্ৰায় সকলো প্ৰান্তত দেখিবলৈ পোৱা যায়। আপুনি হয়তো আমাৰ ঘোষণা কাৰ্য্যৰ বিষয়ে পৰিচিত, কিন্তু ইয়াৰ উপৰিও আমি আন কিছুমান উপায়েৰে সমাজৰ লোকসকলক সহায় আগবঢ়াওঁ।