যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ যিহোৱাৰ সাক্ষীসকলে কিয় যায়?
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ আমি কিয় ঘোষণা কৰিবলৈ যাওঁ?
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ যিহোৱাৰ সাক্ষীসকলে কিয় যায়?
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ আমি কিয় ঘোষণা কৰিবলৈ যাওঁ?
যিহোৱাৰ সাক্ষীসকল যিহুদী ৰাষ্ট্ৰবাদী লোক হয় নেকি?
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ ওপৰত আমাৰ বিশ্বাস আধাৰিত। কোনো এক জাতি অথবা এজন মানুহতকৈ আন এজনক সৰু বা বৰ বুলি পবিত্ৰ শাস্ত্ৰই বৰ্ণনা নকৰে।
যিহোৱাৰ সাক্ষীসকলে সেই লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, যিসকল আগতে তেওঁলোকৰ ধৰ্ম্মৰ সদস্য আছিল?
যিহোৱাৰ সাক্ষীসকলে সকলোৰে লগত প্ৰেম, দয়া আৰু সন্মানেৰে ব্যৱহাৰ কৰে, আনকি মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলৰ লগতো।
যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?
সত্য খ্ৰীষ্টানসকলৰ বাবে যীচুৰ ওপৰত বিশ্বাস কৰাটো কিয় প্ৰয়োজন, তাৰ বিষয়ে বিবেচনা কৰক।
যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ধৰ্ম্মই কেৱল সত্য ধৰ্ম্ম হয় বুলি ভাৱে নেকি?
বিভিন্ন পথে লোকসকলক উদ্ধাৰৰ ফাললৈ লৈ যায় বুলি যীচু খ্ৰীষ্টই কৈছিলনে?
কেৱল যিহোৱাৰ সাক্ষীসকলেই উদ্ধাৰ পাব বুলি তেওঁলোকে ভাৱে নেকি?
কেনেধৰণৰ লোকসকলে ৰক্ষা পাব পাৰিব, তাৰ বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলে বৰ্ণনা কৰে।
যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?
যিহোৱাৰ সাক্ষী আৰু ৰক্ত সঞ্চাৰণৰ বিষয়ে বহুতো ভুল ধাৰণা আছে। আমি কি বিশ্বাস কৰোঁ, তাৰ বিষয়ে জানক।
যিহোৱাৰ সাক্ষীসকলে সৃষ্টিবাদৰ ওপৰত বিশ্বাস কৰেনে?
সৃষ্টিবাদৰ বহুতো মতামত বাইবেলৰ লগত মিল নাই বুলি আপুনি জানেনে?
যিহোৱাৰ সাক্ষীসকলে পুৰণি নিয়মক বিশ্বাস কৰেনে?
বাইবেলখনৰ কিছু অংশ পুৰণি বা অকাৰ্য্যকাৰী হয় নেকি? সত্য খ্ৰীষ্টানসকলে হীব্ৰুশাস্ত্ৰপদৰপৰা লাভজনক ইতিহাস আৰু ব্যৱহাৰিক পৰামৰ্শ কেনেকৈ আহৰণ কৰিব পাৰে, তাৰ বিষয়ে শিকক।
যিহোৱাৰ সাক্ষীসকলে উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ নকৰে?
আমি যদিও খ্ৰীষ্টান হওঁ, তথাপি আমি উপাসনাত ক্ৰুচ ব্যৱহাৰ নকৰোঁ। কিয় বাৰু?
যিহোৱাৰ সাক্ষী নামটো কিয় ব্যৱহাৰ কৰা হয়?
যিহোৱাৰ সাক্ষী নামটো কʼৰপৰা আহিছে, তাৰ বিষয়ে বিবেচনা কৰক।
যিহোৱাৰ সাক্ষীসকলৰ ধৰ্ম্ম—কোনে আৰম্ভ কৰিছিল?
চাৰ্লচ্ টেজ্ ৰাচেল, এক নতুন ধৰ্ম্মৰ সংস্থাপক কিয় নহয়, তাৰ বিষয়ে পঢ়ক।
যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰ পৰা আহে?
আমি গীৰ্জাৰ দান দিয়াৰ পদ্ধতি ব্যৱহাৰ নকৰোঁ।
যিহোৱাৰ সাক্ষীসকলে দশম ভাগ দান কৰে নেকি?
যিহোৱাৰ সাক্ষীসকলক এক নিৰ্দিষ্ট পৰিমাণে টকা-পইচা দান কৰাৰ প্ৰয়োজন আছে নেকি?
যিহোৱাৰ সাক্ষীসকলৰ মাজত পাদুৰি বৰ্গ আছে নেকি, যিসকলক দৰমহা দিয়া হয়?
যিহোৱাৰ সাক্ষীসকলৰ মাজত পাদুৰি বৰ্গ আৰু সাধাৰণ লোক বুলি কোনো ভেদাভেদ আছে নেকি? কোনে মণ্ডলীৰ চোৱা-চিতা কৰে?
যিহোৱাৰ সাক্ষীৰ নাৰীসকলেও ঘোষণা কাৰ্য্য কৰে নেকি?
গোটেই পৃথিৱীতে হৈ থকা ঘোষণা কাৰ্য্যত নাৰীসকলৰ ভূমিকা কি?
যিহোৱাৰ সাক্ষীসকলে সেই লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, যিসকল আগতে তেওঁলোকৰ ধৰ্ম্মৰ সদস্য আছিল?
যিহোৱাৰ সাক্ষীসকলে সকলোৰে লগত প্ৰেম, দয়া আৰু সন্মানেৰে ব্যৱহাৰ কৰে, আনকি মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলৰ লগতো।
যিহোৱাৰ সাক্ষীসকলে মানুহৰ ঘৰে ঘৰে কিয় যায়?
যীচুৱে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক কি আজ্ঞা দিছিল, তাৰ বিষয়ে শিকক।
নিজৰ জীৱন ৰক্ষা কৰাৰ বাবে যিহোৱাৰ সাক্ষীসকলে শুভবাৰ্ত্তা ঘোষণা কৰে নেকি?
উদ্ধাৰৰ বিষয়ে আমি কি বিশ্বাস কৰোঁ আৰু ইয়াক কেনেকৈ লাভ কৰিব পাৰি, তাৰ বিষয়ে শিকক।
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ যিহোৱাৰ সাক্ষীসকলে কিয় যায়?
আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ আমি কিয় ঘোষণা কৰিবলৈ যাওঁ?
যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
যিহোৱাৰ সাক্ষীসকলৰ লগত বিনামূলীয়া বাইবেল অধ্যয়ন কৰিবলৈ আপুনি যিকোনো ভাষাৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। অধ্যয়ন কৰাৰ সময়ত আপুনি নিজৰ গোটেই পৰিয়াল বা বন্ধুসকলক মাতিব পাৰে।
যিহোৱাৰ সাক্ষীসকলে মিছনাৰী সেৱা কৰেনে?
মিছনাৰী সেৱা কোনে আগবঢ়ায় আৰু কিয়? এই কাৰ্য্যৰ বাবে তেওঁলোকে কিবা বিশেষ প্ৰক্ষিশন পায় নেকি?
যিহোৱাৰ সাক্ষীৰ নাৰীসকলেও ঘোষণা কাৰ্য্য কৰে নেকি?
গোটেই পৃথিৱীতে হৈ থকা ঘোষণা কাৰ্য্যত নাৰীসকলৰ ভূমিকা কি?
যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইখনক কিয় গীৰ্জা বুলি কোৱা নহয়?
“যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহ” নামটো কʼৰপৰা আহিল আৰু এই নামটো কিয় উচিত বুলি কʼব পাৰি?
যিহোৱাৰ সাক্ষীসকলে উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ নকৰে?
আমি যদিও খ্ৰীষ্টান হওঁ, তথাপি আমি উপাসনাত ক্ৰুচ ব্যৱহাৰ নকৰোঁ। কিয় বাৰু?
যিহোৱাৰ সাক্ষীসকলে নিজৰ এখন বাইবেল তৈয়াৰ কৰি লৈছেনে?
বাইবেলৰ বেলেগ বেলেগ অনুবাদ ব্যৱহাৰ কৰি আপুনি নিজৰ বাইবেল অধ্যয়ন আনন্দপূৰ্ণ কৰি তুলিব পাৰে। নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ত থকা তিনিটা বিশেষত্বৰ বাবে আমি নিজৰ অধ্যয়নত এই বাইবেলখন ব্যৱহাৰ কৰিব লাগে।
যিহোৱাৰ সাক্ষীসকলে পুৰণি নিয়মক বিশ্বাস কৰেনে?
বাইবেলখনৰ কিছু অংশ পুৰণি বা অকাৰ্য্যকাৰী হয় নেকি? সত্য খ্ৰীষ্টানসকলে হীব্ৰুশাস্ত্ৰপদৰপৰা লাভজনক ইতিহাস আৰু ব্যৱহাৰিক পৰামৰ্শ কেনেকৈ আহৰণ কৰিব পাৰে, তাৰ বিষয়ে শিকক।
যিহোৱাৰ সাক্ষীসকলে দেশ ভক্তিৰ লগত জড়িত উদযাপনত কিয় ভাগ নলয়?
এনেধৰণৰ উদযাপনত ভাগ লʼবলৈ অস্বীকাৰ কৰি যিহোৱাৰ সাক্ষীসকলে সামাজিক বা ৰাজনৈতিক বিষয়বোৰত কাৰোবাৰ পক্ষ লয় নে?
যিহোৱাৰ সাক্ষীসকলে যুদ্ধত কিয় অংশগ্ৰহণ নকৰে?
যিহোৱাৰ সাক্ষীসকলে যুদ্ধত অংশগ্ৰহণ নকৰে বুলি পৃথিৱীজুৰি লোকসকলে জানে। তেওঁলোকে এনে পদক্ষেপ লোৱাৰ প্ৰকৃত কাৰণ কি, তাৰ বিষয়ে শিকক।
প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়নে?
প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত আমি কেনেকৈ আমাৰ ভাই-ভনীসকলক আৰু যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলক ব্যৱহাৰিক সহায় আগবঢ়াওঁ, তাৰ বিষয়ে শিকক।
যিহোৱাৰ সাক্ষীসকলে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰেনে?
কিছুমান লোকে ভাবে যে যিহোৱাৰ সাক্ষীসকলে সকলোধৰণৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰাৰপৰা বিৰত থাকে। ই সত্যনে?
যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?
যিহোৱাৰ সাক্ষী আৰু ৰক্ত সঞ্চাৰণৰ বিষয়ে বহুতো ভুল ধাৰণা আছে। আমি কি বিশ্বাস কৰোঁ, তাৰ বিষয়ে জানক।
যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে নে গঠন কৰে?
যিহোৱাৰ সাক্ষীসকলে পৰিয়াল ভাঙে বুলি কেতিয়াবা কেতিয়াবা তেওঁলোকৰ ওপৰত দোষাৰোপ কৰা হয়। কিন্তু এয়া সঁচানে?
আপোনালোকে কিছুমান চিনেমা চাবলৈ, কিতাপ পঢ়িবলৈ অথবা গীত শুনিবলৈ নিষেধ কৰে নেকি?
মনোৰঞ্জন বাছনি কৰাৰ সময়ত এজন খ্ৰীষ্টানে বাইবেলৰ কি সিদ্ধান্ত ধ্যান দিয়া উচিত?
যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে?
বহুতোলোকে জানে যে বৰদিন মিছা ধৰ্ম্মৰপৰা আহিছে, কিন্তু তেতিয়াও লোকসকলে বৰদিন পালন কৰে। যিহোৱাৰ সাক্ষীসকলে বৰদিন কিয় পালন নকৰে, তাৰ বিষয়ে জানক।
যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?
বহুতোলোকে ভাৱে যে ঈষ্টাৰ হৈছে খ্ৰীষ্টানসকলৰ উৎসৱ। তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?
যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টান হয়নে?
নিজকে খ্ৰীষ্টান বুলি দাবী কৰা আন বহুতো সমূহৰপৰা আমি কেনেকৈ পৃথক, তাৰ বিষয়ে বিবেচনা কৰক।
যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?
এই আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বিষয়ে চাৰিটা বৈশিষ্ট্য বিবেচনা কৰক।
যিহোৱাৰ সাক্ষীসকল যিহুদী ৰাষ্ট্ৰবাদী লোক হয় নেকি?
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ ওপৰত আমাৰ বিশ্বাস আধাৰিত। কোনো এক জাতি অথবা এজন মানুহতকৈ আন এজনক সৰু বা বৰ বুলি পবিত্ৰ শাস্ত্ৰই বৰ্ণনা নকৰে।
যিহোৱাৰ সাক্ষীসকল এক পন্থী হয় নেকি?
পন্থীৰ বিষয়ে প্ৰচলিত দুটা ধাৰণা আৰু যিহোৱাৰ সাক্ষীসকলৰ ক্ষেত্ৰত এইটো সঁচা হয়নে, ইয়াৰ বিষয়ে বিবেচনা কৰক।