আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা
জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত আমাৰ সপ্তাহৰ মাজত হোৱা সভাৰ আৰু সাপ্তাহিক বাইবেল পাঠৰ তালিকা উল্লেখ থাকে। এই পুস্তিকাত সেই তথ্যও দিয়া থাকে, যিবোৰৰ বিষয়ে সভাত আলোচনা কৰা হয়। এই সভাত সকলোৱে আহিব পাৰে আৰু এয়া বিনামূলীয়া হয়।

