বাইবেলৰ শিক্ষা

বিবাহ আৰু পৰিয়াল

অসমীয়া
বিবাহ আৰু পৰিয়াল
https://cms-imgp.jw-cdn.org/img/p/1011205/univ/art/1011205_univ_sqr_xl.jpg

বিবাহ আৰু পৰিয়াল

পবিত্ৰ শাস্ত্ৰ বাইবেল হৈছে সকলো লোকৰ বাবে আৰু ইয়াৰ পৰামৰ্শই আপোনাক বিবাহিত জীৱনৰ সম্বন্ধক দৃঢ় কৰিবলৈ আৰু সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ সহায় কৰিব। a

a এই ভাগত ব্যৱহাৰ কৰা কিছুমান নাম সলনি কৰা হৈছে।

বিবাহ

Publications

এক সুখী পৰিয়াল—সম্ভৱনে?

আপুনি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আপোনাৰ বিবাহ আৰু পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিব।