ইতিহাস আৰু বাইবেল

সংৰক্ষণ, অনুবাদ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰত বাইবেল হৈছে এক অতুলনীয় ধৰ্ম্মশাস্ত্ৰ। আধুনিক আৱিষ্কাৰে প্ৰমাণ কৰে যে ই ঐতিহাসিকভাৱেও সঠিক। আপোনাৰ পৃষ্ঠভূমি যিয়েই নহওঁক কিয়, বাইবেলখন পঢ়াৰ যোগেদি আপুনি জানিব পাৰিব যে ই আন শাস্ত্ৰকৈ একেবাৰে বেলেগ।

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

প্ৰাচীন সময়ত ইটা বনোৱা কামে বাইবেলৰ বাৰ্তা সুৰক্ষিত ৰাখিবলৈ সহায় কৰিলে

প্ৰাচীন বাবিলত যিবোৰ ইটা পোৱা গৈছিল আৰু সেইবোৰ যিদৰে বনোৱা হৈছিল, তাৰ পৰা বাইবেলত লিখা কথাবোৰ সঁচা হয় বুলি কেনেকৈ প্ৰমাণ হয়?

Publications

বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে

বাইবেলত কি প্ৰাথমিক খবৰ পোৱা যায়?