প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! আলোচনীবোৰ
আমাৰ আলোচনীবোৰ শ শ ভাষাত উপলব্ধ আছে, যʼত সাংকেতিক ভাষাও জড়িত আছে। প্ৰহৰীদুৰ্গ আলোচনীখনে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্তা জনায় আৰু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিবলৈ আমাক উৎসাহিত কৰে। বৰ্তমান সময়ৰ সমস্যাবোৰ কেনেকৈ সন্মুখীন হʼব পাৰি তাৰ বিষয়ে সচেতন থাকক! আলোচনীখনে আমাক জনায়। এই আলোচনীখনে ঈশ্বৰৰ এই প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস বঢ়াই যে অতি সোনকালে তেওঁ এনে এটা প্ৰমোদবন আনিব, যʼত সকলোৱে শান্তি আৰু সুৰক্ষাৰে থাকিব।

