Skip to content

Faith and Worship

Religion

সকলো ধৰ্ম একেই নে? এই সকলো ধৰ্মক ঈশ্বৰে গ্ৰহণ কৰেনে?

বাইবেলত দিয়া দুটা কথাই এই প্ৰশ্নটোৰ উত্তৰ দিয়ে।

কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হোৱাটো প্ৰয়োজন নে?

এজন ব্যক্তিয়ে নিজৰ মতে ঈশ্বৰৰ উপাসনা কৰিব পাৰেনে?

প্ৰাৰ্থনা

যদি মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ মোক সহায় কৰিবনে?

ঈশ্বৰে আমাৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰেনে?

কিয় প্ৰাৰ্থনা কৰা উচিত? ঈশ্বৰে মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?

যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহʼলে আমি কিছুমান কথা মনত ৰখা উচিত।

মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

ব্যক্তিগত বিষয়বোৰ ঈশ্বৰে কিয় সামান্যভাৱে নলয়, তাৰ উত্তৰ বিচাৰি চাওক।

যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?

যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিলে কেনেকৈ পিতৃক প্ৰশংসা কৰা হয় আৰু ইয়াৰ দ্বাৰা কেনেকৈ যীচুক সন্মান দেখুৱা হয়, তাৰ বিষয়ে বিবেচনা কৰক।

আমি কোনো সাধু বা সন্তক প্ৰাৰ্থনা কৰা উচিতনে?

আমি কাক প্ৰাৰ্থনা কৰা উচিত, তাৰ বিষয়ে বাইবেলৰ উত্তৰ জানক।

কিছুমান প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে কিয় নিদিয়ে?

কেনেধৰণৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে নিদিয়ে আৰু কেনে লোকসকলৰ প্ৰাৰ্থনা তেওঁ নুশুনে তাৰ বিষয়ে বিবেচনা কৰক।

Religious Practices

আমি প্ৰতিমা উপাসনা কৰা উচিতনে?

আমি আমাৰ উপাসনাত প্ৰতিমা ব্যৱহাৰ কৰিলে, ই ঈশ্বৰৰ দৃষ্টিত এক গুৰুত্বপূৰ্ণ বিষয়নে?