Skip to content

Spirit Realm

Heaven

ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?

ঈশ্বৰ কʼত থাকে, তাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে? যীচু খ্ৰীষ্টয়ো একে স্থানতে থাকে নেকি?

আত্মিক প্ৰাণী

চয়তান সঁচাকৈ আছেনে?

চয়তান আমাৰ মাজত থকা কেৱল এক বেয়া গুণ নেকি, নে চয়তান বাস্তৱত আছে?

ঈশ্বৰে চয়তানক সৃষ্টি কৰিছিল নেকি?

চয়তানৰ সৃষ্টি কেনেকৈ হʼল? যীচুৱে কিয় বৰ্ণনা কৰিছিল যে চয়তান “সত্যত নাথাকে,” তাৰ বিষয়ে শিকক।

চয়তানে কʼত বাস কৰে?

বাইবেলে বৰ্ণনা কৰে যে চয়তানক স্বৰ্গৰপৰা বাহিৰ কৰা হৈছিল। এতিয়া চয়তান কʼত আছে?

চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?

চয়তানে লোকসকলক কেনেকৈ প্ৰভাৱিত কৰে আৰু আপুনি কেনেকৈ তাৰ ফান্দবোৰৰপৰা আঁতৰি থাকিব পাৰিব?

সকলো দুখ-কষ্টৰ বাবে চয়তান দায়ী নেকি?

মানৱজাতিয়ে সন্মুখীন হোৱা প্ৰকৃত কাৰণ বাইবেলে প্ৰকাশ কৰে।

দুষ্ট আত্মা বাস্তৱত আছেনে?

দুষ্ট আত্মাবিলাক কোন হয়? তেওঁবিলাক কʼৰপৰা আহিছিল?