২০২৬ চিৰকালৰ আনন্দ অধিৱেশনৰ কাৰ্য্যক্ৰম
শুক্ৰবাৰ
শুক্ৰবাৰৰ কাৰ্য্যক্ৰম মথি ৫:৩-ৰ ওপৰত আধাৰিত—“যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী”
শনিবাৰ
শনিবাৰৰ কাৰ্য্যক্ৰম পাঁচনিৰ কৰ্ম্ম ২০:৩৫-ৰ ওপৰত আধাৰিত—“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়”
দেওবাৰ
দেওবাৰৰ কাৰ্য্যক্ৰম মথি ১৩:১৬-ৰ ওপৰত আধাৰিত—“তোমালোক সুখী কাৰণ তোমালোকৰ চকুৱে দেখা পায় আৰু তোমালোকৰ কাণে শুনা পায়”
অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে ব্যৱহাৰিক সূচনা।
You May Also Like
আমাৰ বিষয়ে
২০২৬ চনৰ “চিৰকালৰ আনন্দ” অধিৱেশনত উপস্থিত হওক।
এই বছৰৰ যিহোৱাৰ সাক্ষীসকলৰ তিনিদিনীয়া অধিৱেশনলৈ আমি আপোনাক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ।
অধিৱেশন
আপোনাক নিমন্ত্ৰণ কৰা হৈছে: ২০২৬ চনৰ “চিৰকালৰ আনন্দ” যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
আমাৰ লগত ২০২৬ চনৰ “চিৰকালৰ আনন্দ” অধিৱেশনত উপস্থিত হওক আৰু জানক যে সৃষ্টিকৰ্তাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিলে কেনেকৈ চিৰকলীয়া আনন্দ লাভ কৰিব পাৰে।
অধিৱেশন
বাইবেল আধাৰিত ড্ৰামাৰ এক আভাস: যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ৪, ৫ আৰু ৬
লোকসকলক কি কথাই যীচুৰ ফালে আকৰ্ষিত কৰে। লগতে লোকসকলে বহু বছৰৰ পৰা পালন কৰি অহা ৰীতি-নীতি আৰু ধৰ্ম্মীয় বিশ্বাসৰ ওপৰত যীচুৰ কথাই কি প্ৰভাৱ পেলালে?

