প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ অক্টোবৰ ২০২৫

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ডিচেম্বৰ ৮, ২০২৫–জানুৱাৰী ৪, ২০২৬.

১৯২৫—এশ বছৰৰ আগত

বাইবেল বিদ্যাৰ্থীসকলে কিয় ১৯২৫ চনৰ বাট চাই আছিল? তেওঁলোকে কি আশা কৰিছিল? যেতিয়া তেওঁলোকৰ আশা পূৰ নহʼল, তেতিয়াও তেওঁলোকে কেনেকৈ উৎসাহেৰে প্ৰচাৰ কৰি থাকিল?

অধ্যয়নৰ লেখ ৪০

যিহোৱাইহে প্ৰকৃত আনন্দ দিব পাৰে

২০২৫ চনৰ ডিচেম্বৰ ৮-১৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪১

যিহোৱাৰ প্ৰেম চিৰকাললৈকে থাকে

২০২৫ চনৰ ডিচেম্বৰ ১৫-২১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪২

মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক

২০২৫ চনৰ ডিচেম্বৰ ২২-২৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৩

আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব

২০২৫ চনৰ ডিচেম্বৰ ২৯–২০২৬ চনৰ জানুৱাৰী ৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য

প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য, জডী জেডেলী আৰু জেকব ৰাম্ফৰ বিষয়ে জানক। দুয়োজন ভায়ে বহু বছৰৰ পৰা মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি আছে।

অধ্যয়নৰ উপায়

প্ৰতিদিনে বাইবেল পঢ়িবলৈ কি কৰিম?

কিছুমান পৰামৰ্শৰ ওপৰত ধ্যান দিয়ক, যিবোৰ পালন কৰিলে আপুনি প্ৰতিদিনে বাইবেল পঢ়িব পাৰিব।