Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১৯-২৫

মথি ১৬-১৭

ফেব্ৰুৱাৰী ১৯-২৫
  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?”: (১০ মি.)

    • মথি ১৬:২১, ২২—পিতৰে নিজৰ চিন্তা-ভাৱনা আবেগৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ দিছিল (w০৭-HI ৩/১ ১২ ¶১৭)

    • মথি ১৬:২৩—পিতৰে ঈশ্বৰৰ দৰে চিন্তা-ভাৱনা কৰা নাছিল (w১৫-HI ৫/১৫ ১৩ ¶১৬-১৭)

    • মথি ১৬:২৪—নিজৰ জীৱন পৰিচালনা কৰাৰ বাবে প্ৰতিজন খ্ৰীষ্টানে ঈশ্বৰৰ চিন্তা-ভাৱনাৰ সহায় লোৱা উচিত (w০৬-HI ৪/১ ২৩ ¶৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১৬:১৮—যীচুৱে খ্ৰীষ্টান মণ্ডলী স্থাপন কৰা শিল কোন হয়? (“তুমি পিতৰ আৰু এই শিলৰ ওপৰত,” “মণ্ডলীমথি ১৬:১৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৬:১৯—যীচুৱে পিতৰক দিয়া “স্বৰ্গৰাজ্যৰ চাবিবোৰ” কি হয়? (“স্বৰ্গৰাজ্যৰ চাবিবোৰমথি ১৬:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১৬:১-২০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন