অষ্ট্ৰেলিয়াত ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা নবেম্বৰ 2018

আলোচনাৰ বাবে আৰ্হি

মৃত লোকসকলৰ বাবে কি আশা আছে, তাৰ বিষয়ে ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তুমি এইবিলাকতকৈ মোক অধিক প্ৰম কৰিছা নে?”

কিন্তু পিতৰক নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছিল যে তেওঁ নিজৰ জীৱনত কি কাৰ্য্যক প্ৰথম স্থান দিব—জগতৰ কাৰ্য্যক নে ঈশ্বৰৰ ৰাজ্যক।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল

বিভিন্ন পৃষ্ঠভূমিৰপৰা অহাৰ সত্ত্বও নতুনকৈ বাপ্তিষ্মা লোৱা ৩,০০০ লোকে একতাৰে উপাসনা কৰিবলৈ সক্ষম হৈছিল।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিভিন্ন ভাষা কোৱা এলেকাত ঘোষণা কৰিবলৈ সহযোগ কৰক

গৃহস্থই যাতে বিৰক্ত নহয়, তাৰ বাবে প্ৰচাৰকসকলে কেনেকৈ এজনে-আনজনক সহযোগ কৰিব পাৰে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তেওঁলোকে নিৰ্ভয়ে ঈশ্বৰৰ বাক্য কৈ থাকিল

সাহসেৰে আৰু বিশ্বাসেৰে আনক ক’বলৈ তেওঁলোকক কিহে সক্ষম কৰি তুলিছিল?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ

লোকসকলে অহা-যোৱা কৰা ঠাইত কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ কি ভাল পৰিণাম দেখিবলৈ পোৱা গৈছে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

নতুন খ্ৰীষ্টান মণ্ডলীৰ ওপৰত পৰীক্ষা আহে

অন্যায় আৰু তাড়না পোৱাৰ সত্ত্বও যিহোৱাৰ সহায়ত এই নতুন মণ্ডলীয়ে ধৈৰ্য্য ধৰিবলৈ সক্ষম হয় আৰু দিনক দিনে ইয়াৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘যিহোৱাৰ উদ্দেশে দান’

আমি নিজৰ এলেকাত আৰু বিশ্বজুৰি হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে বিভিন্ন উপায়েৰে দান-বৰঙণি আগবঢ়াব পাৰোঁ।