Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ফিলিপীয়া ১-৪

“তোমালোকে একোলৈ চিন্তা নকৰিবা”

“তোমালোকে একোলৈ চিন্তা নকৰিবা”

৪:৬, ৭

  • সকলো চিন্তাৰ সমাধান হৈছে প্ৰাৰ্থনা

  • যদি আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে যিহোৱাই আমাক এনে শান্তি দিব, যি “সকলো বুদ্ধিতকৈ উত্তম” হয়

  • হয়তো আমি আমাৰ সমস্যাবোৰৰ সমাধানৰ উপায় বিচাৰি নাপাবও পাৰোঁ, কিন্তু যিহোৱা ঈশ্বৰে আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। তেওঁ হয়তো এনে সহায় আগবঢ়াব পাৰে, যিটো আমি কেতিয়াও আশা কৰা নাই।—১কৰি ১০:১৩