গীত নং ৮৮
তোমাৰ পথ দেখুৱা আমাক
(গীতমালা ২৫:৪)
-
১. ম-ৰ-মে-ৰে তু-মি নি-জৰ ঘ-ৰ-লৈ,
মা-তি-লা আ-মাক স-ক-লো-কে;
তো-মাৰ ক-থা যে, পো-হ-ৰৰ দ-ৰে হয়,
আ-ন্ধা-ৰত পথ দে-খু-ৱাই আ-মাক।
(কোৰাচ)
দি-য়া বু-দ্ধি, পথ দে-খু-ৱা আ-মাক;
তো-মাৰ বা-ক্যত যেন দি-ব পা-ৰোঁ ধ্যান।
স-ত্য জা-নি পাওঁ আ-মি যেন উ-দ্ধাৰ,
এ-য়া হʼ-ব মোৰ ম-নৰ কা-ম-না।
-
২. যি-হো-ৱা তো-মাৰ বু-দ্ধি হৈ-ছে ম-হান;
প্ৰ-কাশ ক-ৰা যি তু-মি কা-ৰ্য্যত,
প-বি-ত্ৰ বা-ক্য, হয় তো-মাৰ যে স-ত্য;
আ-শ্ৰয় আ-মি পাওঁ তো-মাৰ ডেউ-কাত।
(কোৰাচ)
দি-য়া বু-দ্ধি, পথ দে-খু-ৱা আ-মাক;
তো-মাৰ বা-ক্যত যেন দি-ব পা-ৰোঁ ধ্যান।
স-ত্য জা-নি পাওঁ আ-মি যেন উ-দ্ধাৰ,
এ-য়া হʼ-ব মোৰ ম-নৰ কা-ম-না।
(যাত্ৰা. ৩৩:১৩; গীত. ১:২; ১১৯:২৭, ৩৫, ৭৩, ১০৫ পদবোৰো চাওক।)