Skip to content

Skip to table of contents

গীত নং ১৫৪

অলুপ্ত প্ৰেম

অলুপ্ত প্ৰেম

(১ কৰিন্থীয়া ১৩:৮)

  1. ১. এই ফালে চোৱা;

    সকলো চেহেৰাত প্ৰেম—

    পোৱা যি নাযায়, এই ধৰাত।

    সত্য বন্ধুসকল

    যি ইমান প্ৰেম দিলে,

    তেওঁ আমাৰ বাবে অমূল্য।

    (প্ৰী-কোৰাচ)

    প্ৰেম বিজয়ী যি বিশ্বাস,

    নহয় লুপ্ত, আৰু।

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    অলুপ্ত প্ৰেম।

  2. ২. দুখৰ বোজাত

    যেতিয়া হওঁ নিৰাশ;

    হাবাথুৰি খাওঁ চিন্তাতে,

    সুখী হওঁ আমি

    পাই বাট বিচাৰি

    যা-ৰ প্ৰেমে দিয়ে শান্ত্বনা।

    (প্ৰী-কোৰাচ)

    প্ৰেম আৰু লুপ্ত নহয়,

    থাকে ই সৰ্বদা।

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    অলুপ্ত প্ৰেম,

    অলুপ্ত প্ৰেম,

    অলুপ্ত প্ৰেম।