Skip to content

যোনা এক সত্য কাহিনী​—সাহস আৰু দয়াৰ এক উদাহৰণ

যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তা যোনাক অচূৰৰ নগৰ নীনবিত ন্যায়দণ্ড ঘোষণা কৰিবলৈ আজ্ঞা দিছিল। কিন্তু যোনাই ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ নিৰ্ণয় লৈছিল। যোনাৰ জীৱনত এনে এক ঘটনা ঘটিল, যাৰপৰা তেওঁ সাহস আৰু দয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ সক্ষম হৈছিল।