খণ্ড ২: ‘এওঁ মোৰ পুত্ৰ’
যীচুৱে মচীহ হিচাপে পৃথিৱীত নিজৰ সেৱা আৰম্ভ কৰে। সেই সময়ৰ ঘটনাবোৰ লূক ৩:১, ২; যোহন ১:৬-৮; মথি ৩:১-১২; লূক ৩:৩-১৮; মাৰ্ক ১:১-৮; মথি ৩:১৩-১৭; মাৰ্ক ১:৯-১১; লূক ৩:২১, ২২; মাৰ্ক ১:১২, ১৩; মথি ৪:১; লূক ৪:১, ২; লূক ৩:২৩-৩৮; মথি ১:১-১৭; মথি ৪:২-১১; লূক ৪:৩-১৩; যোহন ১:১৯-৫১; যোহন ২:১-২৫ পদৰ ওপৰত আধাৰিত।