Skip to content

Skip to table of contents

উপদেশ শুনি বুদ্ধিমান হওক

উপদেশ শুনি বুদ্ধিমান হওক

ভাই বিয়ং চুক পৰামৰ্শ আগবঢ়োৱা প্ৰাচীনজন কম বয়সৰ আছিল। কিন্তু, তেতিয়াও ভাই বিয়ং চুক শাস্ত্ৰৰপৰা লাভ কৰা পৰামৰ্শৰ ওপৰত ধ্যান দিবলৈ কোৱা হয় আৰু পৰামৰ্শ দিওঁতাজন প্ৰকৃততে যিহোৱা বুলি বুজিবলৈ সহায় কৰা হয়।