ছবি: ১. এজন ডেকা ভায়ে আন এজন ভাইৰ লগত কাৰ্টৰ যোগেদি প্ৰচাৰ কৰি আছে। ২. হাঁহি থকা এজন ভাইৰ ছবি। ৩. এজনী যুৱতী ভনীয়ে আনন্দেৰে নিজৰ শিক্ষকক প্ৰচাৰ কৰি আছে। ৪. হাঁহি থকা এজনী ভনীৰ ছবি।

২০২৪-২০২৫ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম

“মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”

শাখা প্ৰতিনিধিৰ লগত হোৱা চাৰ্কিট সন্মিলনৰ ৰাতিপুৱা আৰু আবেলিৰ কাৰ্য্যক্ৰম।

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

কাৰ্য্যক্ৰম হৈ থকাৰ সময়ত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হʼব।