ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক

সৃষ্টিকৰ্তাই আমাক সুৰক্ষা, সহায় আৰু আশীৰ্ব্বাদ দিব বিচাৰে।

পৰিচয়

মানৱজাতিৰ প্ৰতি থকা প্ৰেমৰ বাবে, ঈশ্বৰে পৃথিৱীৰ সকলো লোকক ভালদৰে জীয়াই থাকিবলৈ শিক্ষা দিয়ে।

ঈশ্বৰৰ বাক্য আমি কেনেকৈ শুনিব পাৰিম?

আমি কি কৰাৰ প্ৰয়োজন আৰু এনে কৰিবলৈ আমাক কোনে সহায় কৰিব, তাৰ বিষয়ে আমি জনা উচিত।

সত্য ঈশ্বৰ কোন হয়?

আমি তেওঁৰ ব্যক্তিগত নাম আৰু কিছুমান গুণৰ বিষয়ে শিকিব পাৰোঁ।

প্ৰমোদবনত জীৱন কেনে আছিল?

বাইবেলৰ প্ৰথম ভাগে ইয়াৰ বিষয়ে বৰ্ণনা কৰে।

চয়তানৰ কথা শুনাৰ পৰিণাম কি হ’ল?

বেয়া কাৰ্য্যবোৰ হ’বলৈ আৰম্ভ হ’ল।

জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?

লোকসকলৰ মনোবৃত্তিৰপৰা কি কথা স্পষ্ট হয়?

জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?

ই কেৱল এক কাল্পনিক কাহিনী নহয়।

যীচু কোন আছিল?

আমি তেওঁৰ বিষয়ে জ্ঞান লোৱা কিয় আৱশ্যক?

যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?

যীচুৰ মৃত্যুৱে বহুতো আশীৰ্ব্বাদ সম্ভৱ কৰি তুলিলে।

প্ৰমোদবন কেতিয়া হ’ব?

বিনাশ অহাৰ আগতে কি কি ঘটনা ঘটিব, তাৰ বিষয়ে বাইবেলত ভৱিষ্যতবাণী কৰা আছে।

যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?

আপুনি কেনেধৰণৰ বিষয় তেওঁৰ লগত কথা পাতিব পাৰে?

আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?

পৰিয়াল জীৱনৰ উদ্ভাৱকজনে উত্তম পৰামৰ্শ আগবঢ়াইছে।

ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?

এনে কিছুমান নিদিষ্ট বিষয় আছে, যাক ঈশ্বৰে ঘৃণা কৰে আৰু এনে কিছুমান বিষয় আছে যাক তেওঁ ভাল পায়।

যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?

ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ ইচ্ছাই, আপোনাৰ নিৰ্ণয়ত প্ৰভাৱ পেলাব।