বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে

বাইবেলত কি প্ৰাথমিক খবৰ পোৱা যায়?

বাইবেলখন কিয় পৰীক্ষা কৰা উচিত?

গোটেই ইতিহাসৰ ভিতৰত সকলোতকৈ ব্যাপকৰূপে প্ৰচলিত এই কিতাপখন অৰ্থাৎ বাইবেলৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিবেচনা কৰক।

ভাগ ১

সৃষ্টিকৰ্ত্তাই মানৱক এক প্ৰমোদবন দিলে

মানুহৰ সৃষ্টিৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে? প্ৰথম দম্পতীক ঈশ্বৰে কি আজ্ঞা দিছিল?

ভাগ ২

তেওঁলোকে প্ৰমোদবনত জীয়াই থকাৰ সুযোগ হেৰুৱালে

আদম আৰু হৱাই কৰা কাৰ্য্যৰ বাবে যেতিয়া ঈশ্বৰে তেওঁলোকক দণ্ডাজ্ঞা শুনালে, তেতিয়া কিহৰ আধাৰত ঈশ্বৰে ইয়াৰপৰা মুক্তি পোৱাৰ ব্যৱস্থা কৰিলে?

ভাগ ৩

জল-প্লাৱনৰপৰা মানৱ জাতি ৰক্ষা পৰিল

পৃথিৱীত দুষ্টতা কেনেকৈ বাঢ়ি গৈছিল? নোহ নিজকে এজন বিশ্বাসী ব্যক্তি বুলি কেনেকৈ প্ৰমাণ কৰিলে?

ভাগ ৪

ঈশ্বৰে অব্ৰাহামৰ লগত এক নিয়ম স্থাপন কৰিলে

অব্ৰাহামে কনান দেশলৈ কিয় গৈছিল? ঈশ্বৰে অব্ৰাহামৰ লগত কি নিয়ম স্থাপন কৰিছিল?

ভাগ ৫

অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালক ঈশ্বৰে আশীৰ্ব্বাদ কৰিলে

ইচ্‌হাকক বলিদান দিবলৈ অব্ৰাহামক কোৱাৰ যোগেদি যিহোৱাই কি প্ৰকাশ কৰিব বিচাৰিছিল? মৃত্যুৰ আগতে যাকোবে কি ভৱিষ্যতবাণী কৰিছিল?

ভাগ ৬

ইয়োবে নিষ্ঠা বজাই ৰাখিলে

ইয়োব নামৰ কিতাপখনে কেনেকৈ দেখুৱায় যে আমি সকলোৱে ঈশ্বৰে শাসন কৰাৰ অধিকাৰক সঠিক বুলি প্ৰমাণ কৰিবলৈ সহায় কৰিব পাৰোঁ?

ভাগ ৭

ঈশ্বৰে ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে

ইস্ৰায়েলীসকলক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মোচিক কেনেকৈ ব্যৱহাৰ কৰিছিল? ইস্ৰায়েলীসকলে নিস্তাৰ-পৰ্ব্ব কিয় পালন কৰিছিল?

ভাগ ৮

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে

ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰাৰ সময়ত, যিহোৱাই ৰাহাব আৰু তাইৰ পৰিয়ালৰ লোকসকলক কিয় জীৱিত ৰাখিলে?

ভাগ ৯

ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে

ইস্ৰায়েলীসকলে যেতিয়া তেওঁলোকৰ বাবে এজন ৰজা বিচাৰিছিল, সেই সময়ত যিহোৱাই চৌলক মনোনীত কৰিছিল। কিন্তু ঈশ্বৰে কিয় চৌলৰ সলনি দায়ূদক ৰজা হিচাপে নিযুক্ত কৰিলে?

ভাগ ১০

জ্ঞানী ৰজা চলোমন

চলোমনৰ ওচৰত যে জ্ঞানৰ ভঁৰাল আছিল, তাৰ কিছুমান উদাহৰণ কি? যিহোৱাৰ বাক্য পালন নকৰাৰ বাবে চলোমনৰ কি পৰিণাম হৈছিল?

ভাগ ১১

শান্তনা আৰু শিক্ষাৰ বাবে—ঈশ্বৰ প্ৰেৰিত গীত

কোনটো গীতে দেখুৱায় যে ঈশ্বৰে তেওঁৰ লোকসকলক সহায় আৰু শান্তনা আগবঢ়ায়? পৰমগীতত ৰজাই কিহৰ বিষয়ে বৰ্ণনা কৰিছে?

ভাগ ১২

জীৱনৰ বাবে ঈশ্বৰীয় প্ৰজ্ঞা

দৈনন্দিন জীৱনৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ আধাৰ কি, তাৰ বিষয়ে হিতোপদেশ আৰু উপদেশক কিতাপে কি ঈশ্বৰীয় পৰামৰ্শ আগবঢ়াইছে, বিবেচনা কৰক।

ভাগ ১৩

ভাল ৰজা আৰু বেয়া ৰজা

ইস্ৰায়েল ৰাষ্ট্ৰখন কেনেকৈ দুটা ভাগত বিভক্ত হ’ল?

ভাগ ১৪

ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাসকলৰ দ্বাৰা কথা পাতে

ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলে কেনেধৰণৰ বাৰ্ত্তা ঘোষণা কৰিছিল? তেওঁলোকে ঘোষণা কৰা চাৰিটা বাৰ্ত্তাৰ বিষয়বস্তু কি আছিল, তাৰ বিষয়ে বিবেচনা কৰক।

ভাগ ১৫

বন্দী অৱস্থাত থকা এজন ভৱিষ্যতবক্তাৰ দৰ্শন

মচীহ আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে দানিয়েলে কি জানিব পাৰিলে?

ভাগ ১৬

মচীহৰ উপস্থিতি

যিহোৱা ঈশ্বৰে স্বৰ্গদূতসকলক আৰু যোহন বাপ্তাইজকক ব্যৱহাৰ কৰি কেনেকৈ প্ৰমাণ কৰিলে যে যীচুৱেই মচীহ হয়? যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰই যে প্ৰতিজ্ঞা কৰা মচীহ হয়, তাৰ প্ৰমাণ কেনেকৈ দিলে?

ভাগ ১৭

যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়ে

যীচুৱে কৰা ঘোষণা কাৰ্য্যৰ মূল বিষয় কি আছিল? যীচুৱে কেনেকৈ প্ৰদৰ্শন কৰিলে যে তেওঁ ন্যায়েৰে শাসন কৰিব আৰু সেই শাসন প্ৰেমৰ আধাৰত হ’ব?

ভাগ ১৮

যীচুৰ অলৌকিক কাৰ্য্য

যীচুৱে কৰা অলৌকিক কাৰ্য্যবোৰে তেওঁৰ শক্তি আৰু ভৱিষ্যতে এই পৃথিৱীত কৰিবলগীয়া শাসনৰ বিষয়ে কি ইংগিত দিয়ে?

ভাগ ১৯

যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী

যীচুৱে শিষ্যসকলক দিয়া চিনৰ অৰ্থ কি?

ভাগ ২০

যীচু খ্ৰীষ্টক হত্যা কৰা হয়

বিশ্বাসঘাতকতা কৰি যাতনা স্তম্ভত হত্যা কৰাৰ পূৰ্বে, যীচুৱে কি নতুন ব্যৱস্থা স্থাপন কৰিছিল?

ভাগ ২১

যীচুৰ পুনৰুত্থান!

ঈশ্বৰে যীচুক পুনৰুত্থান কৰিলে বুলি শিষ্যসকলে কেনেকৈ জানিব পাৰিলে?

ভাগ ২২

পাঁচনিসকলে সাহসেৰে ঘোষণা কৰে

পেন্টাকোষ্ট বা পঞ্চাচ দিনীয়া পৰ্ব্বৰ সময়ত কি ঘটনা ঘটিল? যীচুৰ শিষ্যসকলে কৰা ঘোষণা কাৰ্য্যৰ প্ৰতি বিৰোধীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

ভাগ ২৩

চাৰিওফালে শুভবাৰ্ত্তা ঘোষণা হ’বলৈ ধৰিল

লুস্ত্ৰাত পৌলে এজন ব্যক্তিক সুস্থ কৰাৰ ফলত কি হ’ল? পৌল কেনেকৈ ৰোমত উপস্থিত হ’ল?

ভাগ ২৪

পৌলে লিখা পত্ৰবোৰ

পৌলে মণ্ডলীৰ যথোচিত ব্যৱস্থাৰ বাবে কি উপদেশ আগবঢ়ায়? প্ৰতিজ্ঞা কৰা বংশৰ বিষয়ে তেওঁ কি বৰ্ণনা কৰিছে?

ভাগ ২৫

বিশ্বাস, আচৰণ আৰু প্ৰেমৰ বিষয়ে উপদেশ

সত্য খ্ৰীষ্টানসকলে নিজৰ বিশ্বাস কেনেকৈ প্ৰদৰ্শন কৰিব পাৰে? এজন ব্যক্তিয়ে ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে?

ভাগ ২৬

পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ল!

বাইবেলৰ যি মূল বিষয়, তাক প্ৰকাশিত বাক্য কিতাপে কেনেকৈ সম্পূৰ্ণ কৰে?

বাইবেলৰ বাৰ্ত্তা—এক সাৰাংশ

যিহোৱা ঈশ্বৰে কেনেকৈ স্পষ্টৰূপে প্ৰকাশ কৰে যে তেওঁৰ পুত্ৰ মচীহ হ’ব আৰু তেওঁ এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব?

বাইবেলৰ সময় ৰেখা

খ্ৰীষ্টপূৰ্ব ৪০২৬-ৰপৰা প্ৰায় ১০০ খ্ৰীষ্টাব্দলৈকে বাইবেল ইতিহাসৰ সময় ৰেখা চাওঁক।