Skip to content

Skip to table of contents

পাঠ ৩

পাঠ ৩

পাঠ ৩

১ পিতৰ ৩:৮

বন্ধুৰ বেমাৰ বুলি ৰিজুয়ে জানিব পাৰিলে।

ৰিজুয়ে মনতে কʼলে: “কি কৰিব লাগে মই জানো।

মই লিখিম এখন চিঠি, তেওঁ হʼব সুখী আৰু ইয়াৰ পাছত মই চিঠিখন তেওঁক দি আহিম!”

দয়া দেখুৱালে দুয়োজনে আনন্দিত হʼবা!

কাৰ্য্য

আপোনাৰ সন্তানক পঢ়ি শুনাওক:

১ পিতৰ ৩:৮

আপোনাৰ সন্তানক দেখুৱাবলৈ কওক:

ঘৰ টেবুল ৰিজু

সূৰ্য্য চৰাই গছ

আপোনাৰ সন্তানক সুধক:

কোনোবাই বেমাৰ আছে বুলি তুমি জানানে?

সেই ব্যক্তিজনক ভাল লাগিবলৈ আমি কি কৰা উচিত?

[৮ পৃষ্ঠাৰ ছবি]

[৮ পৃষ্ঠাৰ ছবি]

[৯ পৃষ্ঠাৰ ছবি]

[৯ পৃষ্ঠাৰ ছবি]