২০২০-২০২১ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা প্ৰতিনিধিৰ লগত

চাৰ্কিট সন্মিলনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমখন চাওক। ইয়াত শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিয়ে আগবঢ়াবলগীয়া ভাষণবোৰৰ বিষয় উল্লেখ আছে। এই সন্মিলনৰ বিষয় হৈছে, ‘যিহোৱাত আনন্দিত হওক।’

‘যিহোৱাত আনন্দিত হওক’

শাখা প্ৰতিনিধিৰ লগত হোৱা চাৰ্কিট সন্মিলনৰ ৰাতিপুৱা আৰু আবেলিৰ কাৰ্য্যক্ৰম।

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ কাৰ্য্যক্ৰম হৈ থকাৰ সময়ত দিয়া হʼব।