প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ জানুৱাৰী 2020

এই সংখ্যাত মাৰ্চ ২–এপ্ৰিল ৫, ২০২০ চনৰ অধ্যয়ন লেখ আছে।

‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’

২০২০ চনৰ বাৰ্ষিক পাঠে আমাক শিষ্য বনোৱা কাৰ্য্য আৰু ভালদৰে কৰিবলৈ সহায় কৰিব।

আপোনাৰপৰা লোকসকলে ‘শান্ত্বনা’ লাভ কৰিব পাৰে

তিনিটা গুণৰ বিষয়ে বিবেচনা কৰক যিয়ে আপোনাক আনক শান্ত্বনা দিবলৈ আৰু সহায় কৰিবলৈ অনুপ্ৰাণিত কৰিব।

যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে!

যেতিয়া আমাৰ বেমাৰ হয়, আৰ্থিক সমস্যা বা বৃদ্ধ কালৰ সমস্যা হয়, তেতিয়া আমি বিশ্বাস কৰিব পাৰোঁ যে কোনো কথাই আমাক যিহোৱা ঈশ্বৰৰপৰা পৃথক কৰিব নোৱাৰে।

‘আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই সাক্ষ্য দিয়ে’

এজন ব্যক্তিয়ে কেনেকৈ জানিব পাৰে যে তেওঁ পবিত্ৰ আত্মাৰে অভিষিক্ত হৈছে? এই নিমন্ত্ৰণ লাভ কৰা সময়ত এজন ব্যক্তিয়ে কেনে অনুভৱ কৰে?

আমি তোমালোকৰ লগত যাম

স্মৰণীয় দিনত কোনোবাই পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিলে আমি তেওঁৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যা বাঢ়িলে আমি কিয় চিন্তা কৰা উচিত নহয়?