Skip to content

কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন

 

পৰিচয়

এই কাপোৰজোৰে মোক শুৱাইছেনে?

ফেচনৰ বিষয়ে তিনিটা ডাঙৰ ভূল ধাৰণাৰ পৰা কেনেকৈ আতঁৰি থাকিব পাৰে তাৰ বিষয়ে শিকক।

বেয়া অভ্যাস

গালি পৰাটো সচাঁকৈ ভুলনে?

সাধাৰণতে কোৱা বেয়া কথা-বতৰাৰ পৰা কি অনিষ্ট হʼব পাৰে?

যৌন সম্পৰ্ক

মুখ সংগম যৌন সম্পৰ্ক হয়নে?

এজন ব্যক্তিয়ে মুখ সংগম কৰাৰ পাছতো কুমাৰী হৈ থাকেনে?

সমকামিতা ভুল নে?

বাইবেলে সমকামী লোকসকলক বেয়া লোক বুলি কয় নে? সমকামিতাৰ ভাৱনা থকা এজন খ্ৰীষ্টানে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰেনে?

আধ্যাত্মিকতা

মই কিয় প্ৰাৰ্থনা কৰা উচিত?

প্ৰাৰ্থনা কৰিলে কেৱল মনৰ শান্তি পোৱা যায়নে অথবা ইয়াৰ আৰু কিবা লাভ আছে?

আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?

যিহোৱাৰ সাক্ষীসকলে সপ্তাহত দুবাৰকৈ উপাসনাৰ স্থানত সভাৰ বাবে একগোট হয় আৰু এই উপাসনাৰ স্থানক ৰাজ্যগৃহ বুলি কোৱা হয়। এই সভাবোৰত কি হয়? আপুনি তাত উপস্থিত হʼলে কেনেকৈ লাভৱান হʼব পাৰে?

বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক

যদি আপুনি ৰত্নৰে ভৰা এটা পুৰণি বাকচ পায়, তেনেহʼলে তাৰ ভিতৰত কি আছে আপোনাক চাবলৈ মন নাযাবনে? বাইবেলখনো ৰত্নৰে ভৰা এটা পুৰণি বাকচৰ দৰে হয়। ইয়াত আপুনি বহুতো ৰত্ন পাব অৰ্থাৎ এনে কিছুমান পৰামৰ্শ লাভ কৰিব, যিবোৰে আপোনাক সহায় কৰিব।