অসমীয়া
১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল
https://cms-imgp.jw-cdn.org/img/p/1102020418/univ/art/1102020418_univ_sqr_xl.jpg
ebtv

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল

১৯১৪ চনত ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু ‘শেষ-কাল’ আৰম্ভ হʼল। (২ তীমথিয় ৩:১) মন কৰক যে এই বিষয়ে বাইবেলৰ ভৱিষ্যতবাণীবোৰে কি প্ৰমাণ দিয়ে।