খণ্ড ৪: “মই ইয়াৰ কাৰণেই আহিছোঁ”
যীচুৱে গালীলত প্ৰথমবাৰ প্ৰচাৰ কৰে আৰু শিষ্য বনায়। তেওঁ ১২ জন পাঁচনিও বাছনি কৰে। এই ঘটনাবোৰ মাৰ্ক ১:২১-২৯; লূক ৪:৩১-৩৯; মথি ৮:১৪, ১৫; মাৰ্ক ১:৩০, ৩১; লূক ৪:৪০, ৪১; মথি ৮:১৬, ১৭; মাৰ্ক ১:৩২-৩৮; লূক ৪:৪২, ৪৩; মথি ৪:২৩-২৫; মাৰ্ক ১:৩৯-৪৫; মথি ৮:১-৪; লূক ৫:১২-১৬; মাৰ্ক ২:১-১২; মথি ৯:১-৮; লূক ৫:১৭-২৬; মাৰ্ক ২:১৩, ১৪; মথি ৯:৯; লূক ৫:২৭, ২৮; মাৰ্ক ২:১৫-১৭; মথি ৯:১০-১৩; লূক ৫:২৯-৩২; মথি ৯:১৪-১৭; লূক ৫:৩৩-৩৯; মাৰ্ক ২:১৮-২২; লূক ৪:৪৪; যোহ ৫:১-৪৭; মাৰ্ক ২:২৩-২৮; মথি ১২:১-৮; লূক ৬:১-১১; মথি ১২:৯-১৪; মাৰ্ক ৩:১-১২; মথি ১২:১৫-২১; লূক ৬:১২-১৬; মাৰ্ক ৩:১৩-১৯ক পদৰ ওপৰত আধাৰিত।

