শিৰোনামাৰ পৃষ্ঠা/প্ৰকাশকৰ পৃষ্ঠা
শিৰোনামাৰ পৃষ্ঠা/প্ৰকাশকৰ পৃষ্ঠা
“কিন্তু আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এক নতুন আকাশ আৰু নতুন পৃথিৱীৰ কাৰণে অপেক্ষা কৰি আছোঁ, যʼত ভাল লোকসকল থাকিব।”
—২ পিতৰ ৩:১৩.
নতুন জগত অনুবাদৰ সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছুমান কিতাপ ৩০৭-তকৈ বেছি ভাষাত উপলব্ধ আছে। সকলো ভাষাৰ নাম জানিবলৈ www.jw.org বেৱছাইটত চাওক।
নতুন জগত অনুবাদৰ সকলো সংস্কৰণৰ মুঠ ছপা কৰাৰ সংখ্যা:
২৫,৩৭,৯৪,২৫৩-তকৈ বেছি কপি
২০২৫ চনত ছপা কৰা হৈছে
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। যিহোৱাৰ সাক্ষীসকলে গোটেই বিশ্বজুৰি বাইবেলৰ পৰা শিকোৱাৰ যি কাম কৰি আছে, তাৰ আধাৰত এয়া উপলব্ধ কৰোৱা হৈছে।
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ—নতুন জগত অনুবাদ
New World Translation of the Christian Greek Scriptures
Assamese (nwtgs-AE)
Made in U.S.A.
900 Red Mills Road
Wallkill, NY 12589-5200 U.S.A.

