ক৭-চ

যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ​—যৰ্দ্দনৰ পূবফালে যীচুৰ পাছৰ সেৱা

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

৩২, সমৰ্পণ উৎসৱৰ পাছৰ সেৱা

যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়া

যোহনে বাপ্তিষ্মা দিয়া ঠাইলৈ যায়; বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰে

     

১০:৪০-৪২

পেৰিয়া

যিৰূচালেমলৈ যোৱাৰ সময়ত চহৰ আৰু গাঁওবোৰত শিকায়

   

১৩:২২

 

ঠেক দুৱাৰেদি যাবলৈ উৎসাহিত কৰে; যিৰূচালেমৰ কাৰণে দুখ কৰে

   

১৩:২৩-৩৫

 

হয়তো পেৰিয়া

নম্ৰতাৰ শিক্ষা দিয়ে; উদাহৰণবোৰ: ভাল ভাল ঠাইত বহা আৰু বাহানা মাৰা আলহী

   

১৪:১-২৪

 

শিষ্য হোৱাৰ দায়িত্বৰ বিষয়ে চিন্তা-চৰ্চা কৰা

   

১৪:২৫-৩৫

 

উদাহৰণবোৰ: হেৰাই যোৱা ভেড়া, হেৰাই যোৱা মুদ্ৰা, হেৰাই যোৱা লʼৰা

   

১৫:১-৩২

 

উদাহৰণবোৰ: বুদ্ধিমান প্ৰবন্ধক, ধনী ব্যক্তি আৰু লাজাৰ

   

১৬:১-৩১

 

বিশ্বাসত বাধা, ক্ষমা কৰা আৰু বিশ্বাস কৰাৰ বিষয়ে শিকায়

   

১৭:১-১০

 

বৈথনিয়া

লাজাৰৰ মৃত্যু হʼল আৰু আকৌ জীয়াই তোলা হʼল

     

১১:১-৪৬

যিৰূচালেম; ইফ্ৰয়িম

যীচুক হত্যা কৰাৰ ষড়যন্ত্ৰ; তাৰ পৰা গুচি যায়

     

১১:৪৭-৫৪

চমৰীয়া; গালীল

দহজন কুষ্ঠ ৰোগীক সুস্থ কৰে; ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব তাৰ বিষয়ে কয়

   

১৭:১১-৩৭

 

চমৰীয়া বা গালীল

উদাহৰণবোৰ: হাৰ নমনা বিধৱাগৰাকী, ফৰীচী আৰু কৰতোলা লোক

   

১৮:১-১৪

 

পেৰিয়া

বিয়া আৰু তালাকৰ বিষয়ে শিকায়

১৯:১-১২

১০:১-১২

   

লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে

১৯:১৩-১৫

১০:১৩-১৬

১৮:১৫-১৭

 

ধনী ব্যক্তিৰ প্ৰশ্ন; উদাহৰণ: আঙুৰৰ খেতিত কাম কৰা লোক আৰু সমান হাজিৰা

১৯:১৬–২০:১৬

১০:১৭-৩১

১৮:১৮-৩০

 

হয়তো পেৰিয়া

তৃতীয়বাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে

২০:১৭-১৯

১০:৩২-৩৪

১৮:৩১-৩৪

 

যাকোব আৰু যোহনৰ কাৰণে ৰাজ্যত বিশেষ পদৰ বাবে অনুৰোধ

২০:২০-২৮

১০:৩৫-৪৫

   

যিৰীহো

ইয়াৰ পৰা পাৰ হোৱাৰ সময়ত দুজন অন্ধক সুস্থ কৰে; চক্কেয়ক লগ পায়; দহটা ৰূপৰ মুদ্ৰাৰ উদাহৰণ

২০:২৯-৩৪

১০:৪৬-৫২

১৮:৩৫–১৯:২৮