ক৭-জ

যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ​—যিৰূচালেমত যীচুৰ সেৱাৰ শেষ দিন (ভাগ ২)

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

নিচান ১৪

যিৰূচালেম

যীচুৱে যিহূদাক বিশ্বাসঘাতক বুলি কৈ বাহিৰলৈ পঠাই দিয়ে

২৬:২১-২৫

১৪:১৮-২১

২২:২১-২৩

১৩:২১-৩০

প্ৰভুৰ সন্ধ্যা ভোজ আৰম্ভ কৰে (১কৰি ১১:২৩-২৫)

২৬:২৬-২৯

১৪:২২-২৫

২২:১৯, ২০, ২৪-৩০

 

পিতৰে তেওঁক চিনি পাবলৈ অস্বীকাৰ কৰিব বুলি কয় আৰু পাঁচনিসকল ছিন্ন-ভিন্ন হৈ পৰিব

২৬:৩১-৩৫

১৪:২৭-৩১

২২:৩১-৩৮

১৩:৩১-৩৮

সহায়কৰ্তাক পঠোৱাৰ প্ৰতিজ্ঞা কৰে; প্ৰকৃত লতাৰ উদাহৰণ; প্ৰেম কৰাৰ আজ্ঞা; পাঁচনিসকলৰ লগত শেষ প্ৰাৰ্থনা

     

১৪:১–১৭:২৬

গেৎচিমানী

বাগিচাত বহুত দুখ কৰিছিল; যীচুৰ লগত বিশ্বাসঘাত আৰু গ্ৰেপ্তাৰ

২৬:৩০, ৩৬-৫৬

১৪:২৬, ৩২-৫২

২২:৩৯-৫৩

১৮:১-১২

যিৰূচালেম

হাননে সোধ-পোছ কৰে; মহা-সভাৰ আগত কায়াফাই মোকৰ্দ্দমা চলায়; পিতৰে যীচুক অস্বীকাৰ কৰে

২৬:৫৭–২৭:১

১৪:৫৩–১৫:১

২২:৫৪-৭১

১৮:১৩-২৭

বিশ্বাসঘাতক যিহূদাই ফাঁচি লগাই আত্মহত্যা কৰিলে (পাঁচ ১:১৮, ১৯)

২৭:৩-১০

     

প্ৰথমে পীলাতৰ, তাৰ পাছত হেৰোদৰ আগত আৰু আকৌ পীলাতৰ আগত অনা হয়

২৭:২, ১১-১৪

১৫:১-৫

২৩:১-১২

১৮:২৮-৩৮

পীলাতে তেওঁক মুকলি কৰিব বিচাৰে, কিন্তু যিহূদীসকলে বাৰাব্বাক মুকলি কৰাটো বিচাৰে; যাতনাৰ কাঠত হত্যা কৰাৰ শাস্তিৰ ঘোষণা কৰা হয়

২৭:১৫-৩০

১৫:৬-১৯

২৩:১৩-২৫

১৮:৩৯–১৯:১৬

(আবেলি প্ৰায় ৩ বজা, শুক্ৰবাৰ)

গলগথা

যাতনাৰ কাঠত প্ৰাণ ত্যাগ কৰিলে

২৭:৩১-৫৬

১৫:২০-৪১

২৩:২৬-৪৯

১৯:১৬-৩০

যিৰূচালেম

যীচুৰ মৃতদেহ যাতনাৰ কাঠৰ পৰা নমাই কবৰত থʼলে

২৭:৫৭-৬১

১৫:৪২-৪৭

২৩:৫০-৫৬

১৯:৩১-৪২

নিচান ১৫

যিৰূচালেম

পুৰোহিত আৰু ফৰীচীবিলাকে তেওঁৰ কবৰত পহৰা দিয়ালে আৰু কবৰৰ দুৱাৰ ভালদৰে বন্ধ কৰালে

২৭:৬২-৬৬

     

নিচান ১৬

যিৰূচালেম আৰু তাৰ আশে-পাশে; ইন্মায়ূ

যীচু জীৱিত হʼল; পাঁচবাৰ শিষ্যসকলক দেখা দিয়ে

২৮:১-১৫

১৬:১-৮

২৪:১-৪৯

২০:১-২৫

নিচান ১৬-ৰ পাছত

যিৰূচালেম; গালীল

আৰু বহুবাৰ শিষ্যসকলক দেখা দিয়ে (১কৰি ১৫:৫-৭; পাঁচ ১:৩-৮); নিৰ্দেশনাবোৰ দিয়ে; শিষ্য বনোৱাৰ কাম দিয়ে

২৮:১৬-২০

   

২০:২৬–২১:২৫

আয়াৰ ২৫

বৈথনিয়াৰ ওচৰৰ জৈতুন পাহাৰত

জীৱিত হোৱাৰ ৪০ দিনৰ পাছত যীচু স্বৰ্গলৈ যায় (পাচঁ ১:৯-১২)

   

২৪:৫০-৫৩