অসমীয়া
যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ৩) আৰু যিহূদিয়াত পাছৰ সেৱা
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ৬২০-৬২১

ক৭-ঙ

যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ৩) আৰু যিহূদিয়াত পাছৰ সেৱা

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

৩২, নিস্তাৰ-পৰ্বৰ পাছত

গালীল সাগৰ; বৈৎচৈদা

নাৱৰ পৰা বৈৎচৈদালৈ যোৱাৰ সময়ত যীচুৱে ফৰীচীবিলাকক খমিৰৰ পৰা সাৱধান কৰে; অন্ধক সুস্থ কৰে

১৬:৫-১২

৮:১৩-২৬

   

কৈচৰীয়া ফিলিপীৰ এলেকা

ৰাজ্যৰ চাবিবোৰ; নিজৰ মৃত্যু আৰু আকৌ জীয়াই উঠাৰ বিষয়ে ভৱিষ্যবাণী কৰে

১৬:১৩-২৮

৮:২৭–৯:১

৯:১৮-২৭

 

হয়তো হৰ্মোণ পাহাৰ

ৰূপ সলনি হোৱাৰ দৰ্শন; যিহোৱাৰ মাত

১৭:১-১৩

৯:২-১৩

৯:২৮-৩৬

 

কৈচৰীয়া ফিলিপীৰ এলেকা

লʼৰাজনৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায়

১৭:১৪-২০

৯:১৪-২৯

৯:৩৭-৪৩

 

গালীল

আকৌ নিজৰ মৃত্যুৰ বিষয়ে ভৱিষ্যবাণী কৰে

১৭:২২, ২৩

৯:৩০-৩২

৯:৪৩-৪৫

 

কফৰনাহূম

মাছৰ মুখৰ পৰা পোৱা মুদ্ৰাৰ পৰা কৰ দিয়ে

১৭:২৪-২৭

     

ৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব; হেৰাই যোৱা ভেড়া আৰু ক্ষমা নকৰা দাসৰ উদাহৰণ

১৮:১-৩৫

৯:৩৩-৫০

৯:৪৬-৫০

 

গালীল-চমৰীয়া

যিৰূচালেমলৈ যোৱাৰ সময়ত শিষ্যসকলক ৰাজ্যৰ কাৰণে সকলো ত্যাগ কৰিবলৈ কয়

৮:১৯-২২

 

৯:৫১-৬২

৭:২-১০

যিহূদিয়াত যীচুৰ পাছৰ সেৱা

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

৩২, পঁজা-পৰ্ব

যিৰূচালেম

উৎসৱৰ সময়ত শিকায়; তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ পহৰা দিয়া লোকসকলক পঠোৱা হৈছিল

     

৭:১১-৫২

“মই জগতৰ পোহৰ হওঁ” বুলি কয়; জন্মৰে পৰা অন্ধ মানুহজনক সুস্থ কৰে

     

৮:১২–৯:৪১

হয়তো যিহূদিয়া

৭০ জন শিষ্যক পঠায়; তেওঁলোকে আনন্দেৰে উভতি আহে

   

১০:১-২৪

 

যিহূদিয়া; বৈথনিয়া

দয়ালু চমৰিয়াৰ উদাহৰণ; মৰিয়ম আৰু মাৰ্থাৰ ঘৰলৈ যায়

   

১০:২৫-৪২

 

হয়তো যিহূদিয়া

আদৰ্শ প্ৰাৰ্থনা আকৌ শিকায়; খুজি থকা বন্ধুৰ উদাহৰণ

   

১১:১-১৩

 

ঈশ্বৰৰ আঙুলিৰে দুষ্ট স্বৰ্গদূতক উলিয়ায়; আকৌ যোনাৰ চিন দেখুৱালে

   

১১:১৪-৩৬

 

ফৰীচীৰ লগত আহাৰ খায়; ফৰীচীবিলাকৰ কপটৰ কাৰণে নিন্দা কৰে

   

১১:৩৭-৫৪

 

উদাহৰণবোৰ: মূৰ্খ ধনী ব্যক্তি আৰু বিশ্বাসী প্ৰবন্ধক

   

১২:১-৫৯

 

বিশ্ৰাম-বাৰে এগৰাকী কুঁজী তিৰোতাক সুস্থ কৰে; সৰিয়হ গুটি আৰু খমিৰৰ উদাহৰণ

   

১৩:১-২১

 

৩২, সমৰ্পণৰ উৎসৱ

যিৰূচালেম

ভাল ৰখীয়া আৰু ভেড়াৰ গঁৰালৰ উদাহৰণ; যিহূদীসকলে তেওঁক শিল দলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰে; যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়াৰ কাৰণে যাত্ৰা কৰে

     

১০:১-৩৯