অসমীয়া
যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—যীচুৰ সেৱাৰ আৰম্ভণি
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ৬১৪-৬১৫

ক৭-খ

যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—যীচুৰ সেৱাৰ আৰম্ভণি

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

২৯, শৰৎ

হয়তো যৰ্দ্দন নদীত বা যৰ্দ্দনৰ বৈথনিয়াৰ ওচৰত

যীচুৰ বাপ্তিষ্মা আৰু অভিষেক; যিহোৱাই ঘোষণা কৰিলে যে যীচু তেওঁৰ পুত্ৰ হয় আৰু তেওঁক গ্ৰহণ কৰিলে

৩:১৩-১৭

১:৯-১১

৩:২১-৩৮

 

যিহূদিয়াৰ অৰণ্য

চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰে

৪:১-১১

১:১২, ১৩

৪:১-১৩

 

যৰ্দ্দনৰ পাৰত বৈথনিয়া

যোহন বাপ্তিষ্মা দিওঁতাই যীচুক ঈশ্বৰৰ ভেড়া পোৱালি কয়; যীচুৰ আৰম্ভণিৰ শিষ্যই তেওঁৰ লগ হয়

     

১:১৫, ১৯-৫১

গালীলৰ কান্না; কফৰনাহূম

বিয়াত প্ৰথম চমৎকাৰ, পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰে; কফৰনাহূমলৈ যায়

     

২:১-১২

৩০, নিস্তাৰ-পৰ্ব

যিৰূচালেম

যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে

     

২:১৩-২৫

নীকদীমৰ লগত কথা পাতে

     

৩:১-২১

যিহূদিয়া; ঐনোন

যিহূদিয়াৰ গাঁৱলৈ যায়, তেওঁৰ শিষ্যই বাপ্তিষ্মা দিয়ে; যোহনে শেষ বাৰৰ বাবে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে

     

৩:২২-৩৬

তিবিৰিয়া; যিহূদিয়া

যোহন জেলত বন্দী; যীচু গালীললৈ ওলাই যায়

৪:১২; ১৪:৩-৫

৬:১৭-২০

৩:১৯, ২০

৪:১-৩

চমৰীয়াৰ চুখৰ

গালীললৈ যোৱাৰ সময়ত, ৰাস্তাত চমৰীয়াসকলক শিকায়

     

৪:৪-৪৩

যিহূদিয়াৰ অৰণ্য