পবিত্র বাইবেল—নতুন জগত অনুবাদ

পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ২)

অসমীয়া
পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ২)
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ৬৩৬-৬৩৭

খ১২-খ

পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ২)

যিৰূচালেম আৰু তাৰ আশে-পাশে থকা এলেকা

  1. ১. মন্দিৰ

  2.   ২. গেৎচিমানী বাগিচা (?)

  3.    ৩. ৰাজ্যপালৰ ভৱন

  4.   ৪. কায়াফাৰ ঘৰ (?)

  5.   ৫. হেৰোদ আন্তিপা থকা ভৱন (?)

  6. ৬. বৈথেচদা পুখুৰী

  7. ৭. চীলোহৰ পুখুৰী

  8.   ৮. মহা-সভাৰ ভৱন (?)

  9.   ৯. গলগথা (?)

  10. ১০. হকলদামা (?)

     এই দিনাখন কি হৈছিল:  নিচান ১২ |  নিচান ১৩ |  নিচান ১৪ |  নিচান ১৫ |  নিচান ১৬

 নিচান ১২

সূৰ্য অস্ত (যিহূদীসকলৰ দিন সূৰ্য অস্ত হোৱাৰ পাছত আৰম্ভ হৈছিল আৰু পাছদিনা সূৰ্য অস্ত হʼলে শেষ হৈছিল)

সূৰ্য উদয়

  • শিষ্যসকলৰ লগত অকলশৰীয়াকৈ সময় কটায়

  • যিহূদাই যীচুক বিশ্বাসঘাত কৰাৰ ব্যৱস্থা কৰি আহে

সূৰ্য অস্ত

 নিচান ১৩

সূৰ্য অস্ত

সূৰ্য উদয়

  • পিতৰ আৰু যোহনে নিস্তাৰ-পৰ্বৰ প্ৰস্তুতি কৰে

  • যীচু আৰু আন পাঁচনিসকল আবেলি গৈ পায়

সূৰ্য অস্ত

 নিচান ১৪

সূৰ্য অস্ত

  • পাঁচনিসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খায়

  • পাঁচনিসকলৰ ভৰি ধোৱে

  • যিহূদাক বাহিৰলৈ পঠাই দিয়ে

  • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি কৰে

  • গেৎচিমানী বাগিচাত তেওঁৰ লগত বিশ্বাসঘাত; তেওঁক গ্ৰেপ্তাৰ ( )

  • পাঁচনিসকল পলাই যায়

  • কায়াফাৰ ঘৰত মহা-সভাই মোকৰ্দ্দমা চলায় ( )

  • পিতৰে যীচুক জানিবলৈ অস্বীকাৰ কৰে

সূৰ্য উদয়

  • আকৌ মহা-সভাৰ ওচৰলৈ অনা হয় ( )

  • প্ৰথমে পীলাতৰ ওচৰলৈ ( ), তাৰ পাছত হেৰোদৰ ( ) ওচৰলৈ আৰু আকৌ পীলাতৰ ওচৰলৈ অনা হʼল ( )

  • মৃত্যুৰ শাস্তি শুনোৱা হʼল আৰু গলগথাত হত্যা কৰা হʼল ( )

  • আবেলি প্ৰায় তিনি বজাত প্ৰাণ ত্যাগ কৰিলে

  • যীচুৰ মৃতদেহ কাঠৰ পৰা নমোৱা হয় আৰু কবৰত ৰখা হয়

সূৰ্য অস্ত

 নিচান ১৫ (বিশ্ৰাম-বাৰ)

সূৰ্য অস্ত

সূৰ্য উদয়

  • পীলাতে যীচুৰ কবৰত পহৰা দিবলৈ অনুমতি দিয়ে

সূৰ্য অস্ত

 নিচান ১৬

সূৰ্য অস্ত

  • মৃতদেহত লগাবলৈ আৰু মছলা কিনা হয়

সূৰ্য উদয়

  • আকৌ জীয়াই উঠে

  • শিষ্যসকলক দেখা দিয়ে

সূৰ্য অস্ত