খ১২-ক

পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ১)

যিৰূচালেম আৰু তাৰ আশে-পাশে থকা এলেকা

  1. ১. মন্দিৰ

  2. ২. গেৎচিমানী বাগিচা (?)

  3. ৩. ৰাজ্যপালৰ ভৱন

  4. ৪. কায়াফাৰ ঘৰ (?)

  5. ৫. হেৰোদ আন্তিপা থকা ভৱন (?)

  6. ৬. বৈথেচদা পুখুৰী

  7. ৭. চীলোহৰ পুখুৰী

  8. ৮. মহা-সভাৰ ভৱন (?)

  9. ৯. গলগথা (?)

  10. ১০. হকলদামা (?)

    এই দিনাখন কি হৈছিল:  নিচান ৮ |  নিচান ৯ |  নিচান ১০ |  নিচান ১১

 নিচান ৮ (বিশ্ৰাম-বাৰ)

সূৰ্য অস্ত (যিহূদীসকলৰ দিন সূৰ্য অস্ত হোৱাৰ পাছত আৰম্ভ হৈছিল আৰু পাছদিনা সূৰ্য অস্ত হʼলে শেষ হৈছিল)

  • নিস্তাৰ-পৰ্বৰ ছদিনৰ আগতে বৈথনিয়া গৈ পায়

সূৰ্য উদয়

সূৰ্য অস্ত

 নিচান ৯

সূৰ্য অস্ত

  • চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত খোৱা-বোৱা কৰে

  • মৰিয়মে জটামাংসীৰ তেলেৰে যীচুৰ অভিষেক কৰে

  • যিহূদীসকলে যীচু আৰু লাজাৰক চাবলৈ আহে

সূৰ্য উদয়

  • ৰজা হিচাপে যিৰূচালেমত সোমায়

  • মন্দিৰত শিকায়

সূৰ্য অস্ত

 নিচান ১০

সূৰ্য অস্ত

  • বৈথনিয়াত ৰাতিটো কটায়

সূৰ্য উদয়

  • ৰাতিপুৱা সোনকালে তেওঁ যিৰূচালেমলৈ যায়

  • মন্দিৰ পৰিষ্কাৰ কৰে

  • স্বৰ্গৰ পৰা যিহোৱাৰ মাত শুনিবলৈ গʼল

সূৰ্য অস্ত

 নিচান ১১

সূৰ্য অস্ত

সূৰ্য উদয়

  • মন্দিৰত উদাহৰণ দি শিকায়

  • ফৰীচীসকলক নিন্দা কৰে

  • বিধৱাই দিয়া দানৰ ওপৰত ধ্যান দিয়ে

  • জৈতুন পাহাৰত যিৰূচালেমৰ ধ্বংসৰ বিষয়ে ভৱিষ্যবাণী কৰে আৰু ভৱিষ্যতে হʼবলগীয়া নিজৰ উপস্থিতিৰ চিন দিয়ে

সূৰ্য অস্ত