খ১৪-খ

মুদ্ৰা আৰু ভাৰ জোখাৰ একক

হিব্ৰু শাস্ত্ৰত দিয়া মুদ্ৰা আৰু ভাৰ জোখাৰ একক

গেৰা (২০ চেকল)

০.৫৭ গ্ৰা.

১০ গেৰা = ১ বীকাহ

বীকাহ

৫.৭ গ্ৰা.

২ বীকাহ = ১ চেকল

পিম

৭.৮ গ্ৰা.

১ পিম = চেকল

এক চেকলৰ দগা

চেকল

১১.৪ গ্ৰা.

৫০ চেকল = ১ মীনা

মীনা

৫৭০ গ্ৰা.

৬০ মীনা = ১ টেলেণ্ট

টেলেণ্ট

৩৪.২ কিলো

অদৰ্কোণ (সোণৰ ফৰাচী মুদ্ৰা)

৮.৪ গ্ৰা.

ইজ্ৰা ৮:২৭

খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত দিয়া মুদ্ৰা আৰু ভাৰ জোখাৰ একক

লেপ্টা (তাম বা কাঁহৰ যিহূদী মুদ্ৰা)

কুৱাড্ৰন

লূক ২১:২

কুৱাড্ৰন (তাম বা কাঁহৰ ৰোমান মুদ্ৰা)

২ লেপ্টা

মথি ৫:২৬

আচ্যাৰিয়ান (তাম বা কাঁহৰ ৰোমান আৰু প্ৰান্তীয় মুদ্ৰা)

৪ কুৱাড্ৰন

মথি ১০:২৯

দীনাৰ (ৰূপৰ ৰোমান মুদ্ৰা)

৬৪ কুৱাড্ৰন

৩.৮৫ গ্ৰা.

মথি ২০:১০

= ১ দিনৰ মজুৰি (১২ ঘণ্টা)

ড্ৰাকমা (ৰূপৰ গ্ৰীক মুদ্ৰা)

৩.৪ গ্ৰা.

লূক ১৫:৮

= ১ দিনৰ মজুৰি (১২ ঘণ্টা)

দুই ড্ৰাকমা (ৰূপৰ গ্ৰীক মুদ্ৰা)

২ ড্ৰাকমা

৬.৮ গ্ৰা.

মথি ১৭:২৪

= ২ দিনৰ মজুৰি

আন্তিয়খিয়াৰ চাৰি ড্ৰাকমা

তূৰৰ চাৰি ড্ৰাকমা (তূৰৰ ৰূপৰ চেকল)

চাৰি ড্ৰাকমা (ৰূপৰ গ্ৰীক মুদ্ৰা; ষ্টেটাৰ বুলিও কোৱা হয়)

৪ ড্ৰাকমা

১৩.৬ গ্ৰা.

মথি ১৭:২৭

= ৪ দিনৰ মজুৰি

মীনা

১০০ ড্ৰাকমা

৩৪০ গ্ৰা.

লূক ১৯:১৩

= প্ৰায় ১০০ দিনৰ মজুৰি

টেলেণ্ট

৬০ মীনা

২০.৪ কিলো

মথি ১৮:২৪

প্ৰকাশিত বাক্য ১৬:২১

= প্ৰায় ২০ বছৰৰ মজুৰি

পাউণ্ড (ৰোমান)

৩২৭ গ্ৰা.

যোহন ১২:৩

“প্ৰায় ৩২৭ গ্ৰাম আচল জটামাংসীৰ বহুমূলীয়া সুগন্ধি তেল”