অসমীয়া
জগতৰ অন্ত নিচেই কাষত নে?
https://cms-imgp.jw-cdn.org/img/p/2021088/univ/art/2021088_univ_sqr_xl.jpg
wp21 নং ২ পৃষ্ঠা ১৬

জগতৰ অন্ত নিচেই কাষত নে?

জগতৰ অন্ত নিচেই কাষত নে?

জগতৰ অন্তৰ বিষয়ে লোকসকলে বহুতো কথা কৈছে, কিন্তু এতিয়ালৈকে একোৱেই হোৱা নাই। জগতৰ অন্ত সঁচাকৈ হʼবনে?

এই বিষয়ে পবিত্ৰ শাস্ত্ৰত কি লিখা আছে?

  • জগতৰ অন্ত কেনেকৈ হʼব?

  • এয়া কেতিয়া হʼব?

  • আমি ৰক্ষা পৰিমনে?

  • জগতৰ অন্ত হোৱাৰ পাছত কি হʼব?

এই আলোচনীত পবিত্ৰ শাস্ত্ৰ বাইবেলৰপৰা এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হৈছে। এইবোৰৰ বিষয়ে জানি আপুনি আচৰিত হʼব আৰু শান্ত্বনা লাভ কৰিব।

ঈশ্বৰে ভৱিষ্যতে কি কৰিব, এই বিষয়ে আপোনাক জানিবলৈ সহায় কৰি যিহোৱাৰ সাক্ষীসকলে আনন্দিত হʼব।