অসমীয়া
২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #২
https://cms-imgp.jw-cdn.org/img/p/1112024029/univ/art/1112024029_univ_sqr_xl.jpg

মাৰ্চ ২১, ২০২৫
দেশ-বিদেশৰ খবৰ

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #২

২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #২

এই আপডেটত পঢ়া-লিখা শিকাবলৈ সংগঠনে কৰা প্ৰচেষ্ঠাৰ বিষয়ে জনোৱা হৈছে। আমি এয়াও শিকিম যে যীচুৰ বলিদানে আমাক কেনেকৈ শান্তি দিয়ে। শেষত, ২০২৫-ৰ অধিৱেশনত গাবলগিয়া নতূন গীত ৰিলিজ কৰা হ’ব।