লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা
How to Be a Good Parent
সুখী পৰিয়াল—ভাল উদাহৰণ
যদি লʼৰা-ছোৱালীয়ে আপোনাৰ কথা শুনাটো আপুনি বিচাৰে, তেনেহʼলে আপোনালোকে যি কয়, সেয়া নিজেও কৰা উচিত।
Training
আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব
অনুশাসন কেৱল নিয়ম আৰু শাস্তি দিয়াই নহয়।
যদি কোনোবাই মোৰ লʼৰা-ছোৱালীক আমনি কৰে, তেনেহʼলে কি কৰিম?
ইয়াত দিয়া চাৰিটা উপায়ৰ সহায়ত আপুনি নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰিব যে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীৰ সিহঁতে কেনেকৈ সন্মুখীন হʼব পাৰে।
পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিব পাৰে?
পবিত্ৰ শাস্ত্ৰ বাইবেলত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আছে। এই সিদ্ধান্তবোৰে যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিবলৈ আৰু নিজৰ বাসনা পূৰ কৰা লোকসকলৰপৰা সন্তানক ৰক্ষা কৰিবলৈ আপোনাক সহায় কৰিব।
নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক
ৰিংকু আৰু ৰিংকীয়ে নিজকে সুৰক্ষিত ৰাখিবলৈ কিছুমান ভাল পৰামৰ্শ পায়।

