যোগাযোগ
টেকনʼলজিৰ কেনেকৈ ভাল ব্যৱহাৰ কৰিম?
টেকনʼলজিৰ ব্যৱহাৰৰ পৰা পতি-পত্নীৰ সম্পৰ্ক মজবুত হʼব পাৰে নাইবা দুৰ্বল হৈ পৰিব পাৰে। আপোনালোকৰ বিবাহিত জীৱনত ইয়ে কি প্ৰভাৱ পেলাই আছে?
আপুনি নিজৰ খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে?
খং নিয়ন্ত্ৰণ নকৰিলে আপোনাৰ স্বাস্থ্য বেয়া হʼব পাৰে আৰু খং পুহি ৰাখিলেও স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপোনাৰ জীৱন সংগীয়ে আপোনাৰ খং উঠায়, তেনেহʼলে আপুনি কি কৰিব পাৰে?

