পৰিয়ালৰ বাবে সহায় | বিবাহ
সুখী বিবাহিত জীৱনৰ বাবে: সন্মান দেখুৱাওক
আপুনি এনে এটা পৰিয়ালত থাকিব বিচাৰে নে যʼত সকলোৱে এজনে আনজনক প্ৰেম আৰু সন্মান দেখুৱাই? এই ভিডিঅʼত দিয়া বাইবেল আধাৰিত পৰামৰ্শয়ে আপোনাৰ বিবাহিত জীৱনত সন্মান গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে।

