পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

বাইবেলখনৰ লেখক মোচি আছিল নেকি?

অসমীয়া
বাইবেলখনৰ লেখক মোচি আছিল নেকি?
https://cms-imgp.jw-cdn.org/img/p/502012484/univ/art/502012484_univ_sqr_xl.jpg
ijwbq প্ৰৱন্ধ ৪

বাইবেলখনৰ লেখক মোচি আছিল নেকি?

বাইবেলখনৰ লেখক মোচি আছিল নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 ঈশ্বৰে মোচিক বাইবেলৰ প্ৰথম পাঁচখন কিতাপ লিখিবলৈ ব্যৱহাৰ কৰিছিল। সেই কিতাপকেইখন হৈছে আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয়া পুস্তক, গণনা পুস্তক আৰু দ্বিতীয় বিবৰণ। ইয়াৰ উপৰিও তেওঁ সম্ভৱত ইয়োব আৰু গীতমালা ৯০ লিখিছিল। ঈশ্বৰে গোটেই বাইবেলখন লিখিবলৈ ৪০ জন ব্যক্তিক ব্যৱহাৰ কৰিছিল আৰু মোচিয়ো ইয়াৰ ভিতৰত এজন আছিল।