কিশোৰ-কিশোৰী

স্কুল

অসমীয়া
স্কুল
https://cms-imgp.jw-cdn.org/img/p/1011748/univ/wpub/1011748_univ_sqr_xl.jpg

স্কুল

আমি স্কুলত মানসিক, আৱেগিক আৰু আধ্যাত্মিক হেঁচাৰ সন্মুখীন হʼবলগীয়া হয়। সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সময়ত আপুনি বেছিকৈ চিন্তিত নোহোৱাকৈ কেনেকৈ এক ভাল শিক্ষা পাব পাৰে?

মোৰ বিশ্বাসৰ কাৰণ—মই কোনটো কেৰিয়াৰ বাচনি কৰিম?

সঠিক কেৰিয়াৰ বাচনি কৰাটো আপোনাৰ বাবে কঠিন যেন লাগিব পাৰে। চাওঁক যে লিভিয়া আৰু জৰ্ডিয়ে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিলে।

কোনোবাই মোক আমনি কৰিলে মই কি কৰিব পাৰোঁ?

আমনি কৰাজনক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব পাৰোঁ।