কিশোৰ-কিশোৰী

পৰিচয়

অসমীয়া
পৰিচয়
https://cms-imgp.jw-cdn.org/img/p/1011745/univ/wpub/1011745_univ_sqr_xl.jpg

পৰিচয়

আপুনি কোন হয়? আপুনি কেনেকৈ নিজৰ পৰিচয় বজাই ৰাখিব পাৰে? যদি আপুনি নিজকে ভালদৰে বুজি পায়, তেনেহʼলে আপুনি নিজৰ জীৱনক নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব, আনে নহয়!

মোৰ চৰিত্ৰ

মই কোন হওঁ?

মানদণ্ড, দক্ষতা, সীমিত অৱস্থা আৰু লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকিলে ইয়ে আপোনাক কেনেকৈ চাপৰ সন্মুখীন হোৱাৰ সত্বেও উচিত নিৰ্ণয় লবলৈ সহায় কৰিব

মই কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে আপুনি সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰিব।

সমনীয়াৰ পৰা অহা হেঁচাৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

বাইবেলৰ সিদ্ধান্তই আপোনাক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে জানক।

বন্ধুসকলৰ কথাত ভুল নাযাব!

সাহসেৰে নিজৰ নিৰ্ণয় নিজে লʼবলৈ এই চাৰিটা পদক্ষেপে আপোনাক সহায় কৰিব পাৰে।

মোৰ কাম

মোৰ বিশ্বাসৰ কাৰণ—আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত?

আনৰ চিন্তাধাৰায়ে লোকসকলৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নে? পাউলা আৰু মাইকেলে জনাইছে যে এই ক্ষেত্ৰত বাইবেলে তেওঁলোকক কেনেকৈ সহায় কৰিলে।

মোৰ ৰূপ আৰু গঠন

এই কাপোৰজোৰে মোক শুৱাইছেনে?

ফেচনৰ বিষয়ে তিনিটা ডাঙৰ ভূল ধাৰণাৰ পৰা কেনেকৈ আতঁৰি থাকিব পাৰে তাৰ বিষয়ে শিকক।

ৰং-ৰূপৰ বিষয়ে সমনীয়াই কি কয়

ডেকাসকলক ৰং-ৰূপৰ বিষয়ে সন্তুলন বজাই ৰখাটো কিয় কঠিন হʼব পাৰে? তেওঁলোকক কিহে সহায় কৰিব?

মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় ইমান চিন্তিত?

আপুনি নিজৰ অনুভূতি কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ বিষয়ে জানক।

মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় চিন্তিত?

আপুনি নিজৰ ৰূপ আৰু গঠন আইনাত দেখি নিৰাশ হয় নেকি? কম বেছি পৰিমানে আপুনি কি কৰিব পাৰে?