কিশোৰ-কিশোৰী

ডেটিং

অসমীয়া
ডেটিং
https://cms-imgp.jw-cdn.org/img/p/1011740/univ/wpub/1011740_univ_sqr_xl.jpg

ডেটিং

আপোনাৰ চাৰিওফালে আপুনি এনে লোকসকলক দেখা পাব, যিসকলে এজনে-আনজনক ভাল পায়, কিন্তু তেওঁলোকৰ বিয়া হোৱা নাই। আপুনি ডেটিং কৰিবলৈ সাজু নে? যদি হয়, তেনেহʼলে আপুনি কেনে ধৰণৰ ভুলবোৰ কৰাৰ পৰা আঁতৰি থাকিব পাৰে আৰু ভাল নিৰ্ণয় লʼব পাৰে? যিয়ে এক সুখী বিবাহৰ ফালে লৈ যাব।