ইতিহাস আৰু বাইবেল

বাইবেলৰ অনুবাদসকল

অসমীয়া
বাইবেলৰ অনুবাদসকল
https://cms-imgp.jw-cdn.org/img/p/1011569/univ/art/1011569_univ_sqr_xl.jpg

বাইবেলৰ অনুবাদকসকল

তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল—এক আভাস (উইলিয়াম টিডেল)

তেওঁৰ কামৰপৰা বুজিব পাৰি যে তেওঁ বাইবেলক কিমান প্ৰেম কৰিছিল। তেওঁ কৰা কামৰপৰা আমি আজিও লাভৱান হৈছোঁ।

তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল

বাইবেলৰ সত্যক সুৰক্ষিত কৰিবলৈ বহুতোলোকে নিজৰ জীৱন বিপদত পেলাইছিল, বিৰোধ আৰু মৃত্যুৰ ভাবুকিৰ সন্মুখীন হʼবলগীয়া হৈছিল। এই লোকসকলৰ ভিতৰত উইলিয়াম টিডেল আৰু মাইকেল চাৰ্বেটাচো আছিল।